মেঘালয়লৈ অসমৰ লোকক নাযাবলৈ আৰক্ষীৰ পৰামৰ্শ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত এলেকাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত ছজন লোকৰ মৃত্যু হোৱাৰ পাছত ২৬ নৱেম্বৰ শনিবাৰেও একেৰাহে পঞ্চম দিনৰ বাবে মেঘালয়লৈ অসমৰ মানুহ আৰু ব্যক্তিগত যান-বাহনৰ চলাচলত বাধা…
