নেইমাৰৰ বুটত বিশ্বজয়ৰ সপোন!

দাদুল দেৱকৃষ্ণ বৰুৱা ফিফাৰ ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল। আৰু জি-গ্ৰুপৰ প্ৰথম প্ৰতিদ্বন্দ্বী হৈছে ২১ নম্বৰত থকা ছাৰ্বিয়া। তথাপি বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে ব্ৰাজিলে যথেষ্ট সতৰ্ক। মঙলবাৰে দুৰ্বল বিপক্ষ চৌদি আৰৱৰ হাতত আৰ্জেণ্টিনা আৰু…

“২০৩০ চনৰ ভিতৰত চন্দ্ৰত হ’ব মানুহৰ ঘৰ।”

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : শেষবাৰৰ বাবে মানুহে চন্দ্ৰৰ মাটিত ভৰি দিছিল অৰ্ধ শতিকাৰ আগতে। এইবাৰ আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই আভাস দিছে যে চন্দ্ৰত ঘৰ সাজি বসবাসযোগ্য কৰি তুলি বসতি স্থাপন কৰা হ’ব। শেহতীয়াকৈ নাছাই…

পুটিনৰ বৃহৎ অফাৰ! ভাৰতক দিব বৃহৎ পৰিমাণৰ পাৰমাণৱিক ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ নৱেম্বৰ : পৰিস্থিতি যিয়েই নহওক কিয়, ভাৰতে দীৰ্ঘদিন ধৰি পাৰমাণৱিক শক্তি বা আধুনিক অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। আনকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো যেতিয়া কেইবাখনো দেশে পুটিনৰ দেশত বিভিন্ন…

‘ডিজিজ এক্স’ৰ সৈতে মোকাবিলাৰ আলোচনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ নৱেম্বৰ : সমগ্ৰ বিশ্বতে মহামাৰী ২০১৯ চনলৈকে আছিল কেৱল কল্পনা। এই ধাৰণাটো বহু উপন্যাস, চিনেমাত দিয়া হৈছিল যদিও বাস্তৱত কেতিয়াও দেখা পোৱা যাব বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু কৰ'না মহামাৰীয়ে প্ৰায় এবছৰ…

তেজপুৰত অগ্নিকাণ্ড:তিনিটা বাসগৃহ ভস্মীভূত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২নৱেম্বৰ: তেজপুৰৰ পলফিল্ড বামুণগাঁৱত আজি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিটা বাসগৃহ ভস্মীভূত হয়৷ঘটনাৰ বিবৰণী অনুসৰি অঞ্চলটোৰ মীৰা তালুকদাৰৰ বাসগৃহত এই ঘটনাৰ সূত্ৰপাত হয়৷উল্লেখযোগ্য যে,নিশা প্ৰায় ৮-১০বজাত সংঘটিত হোৱা…

বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰাসংগিকতা

 বিমল বৰগোঁহাই ইতিহাসৰ পাত লুটিয়াই চালে আমি প্রায় ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ (১২২৮-১৮২৬) বিষয়ে ভালকৈ জানিব পাৰো। আহোম ৰজাসকলে কিদৰে নিজৰ বীৰত্ব আৰু সমৰ কলা প্ৰদৰ্শনেৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগতে নিজৰ আধিপত্য…

তিনিচুকীয়াত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি চাকৰি লাভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ নৱেম্বৰ : নিবিড় কাকতি নামৰ এজন যুৱকে ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি তিনিচুকীয়া মহাবিদ্যালয়ত কণিষ্ঠ সহায়কৰ চাকৰি লাভ কৰা বুলি উত্থাপিত অভিযোগ জিলা প্ৰশাসনৰ তদন্তত সত্য প্ৰমাণিত হৈছে ৷ নিবিড় কাকতিয়ে…

তেজপুৰত হেৰইন আৰু আফিং সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২নৱেম্বৰঃ তেজপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰীৰ উপৰি আফিং সহ আন এক সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয়৷উল্লেখযোগ্য যে,তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত তেজপুৰৰ ৰূপকুৰীয়া…

সোঁৱৰণী গ্ৰন্থৰে অক্লান্ত গ্ৰন্থপ্ৰেমী প্ৰয়াত গোলাপ বৰাক স্মৰণ তেজপুৰত

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২২নৱেম্বৰঃ তেজপুৰত এগৰাকী বিশিষ্ট গ্ৰন্থপ্ৰেমীক আজি স্মৰণ কৰিলে বহুসংখ্যক গুণমুগ্ধই৷ উল্লেখযোগ্য যে তেজপুৰৰ মাজগাঁৱৰ পূৱ খৰাআটি নিবাসী তথা ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ…

 লখিমপুৰত দুদিনীয়াকৈ লাচিত দিৱস

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ নৱেম্বৰঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী লাচিত দিৱসটি এইবাৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হৈছে৷ হিন্দু যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু…