মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ত মনোজ্ঞ বক্তৃতানুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ নৱেম্বৰঃ মহাবীৰৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে আজি ২২ নৱেম্বৰত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত "লাচিত বৰফুকনৰ জীৱন আৰু কৃতিত্ব"…
