লখিমপুৰত কেৰাটে প্ৰশিক্ষাৰ্থীক বেল্ট প্ৰদান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ নৱেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত শনিবাৰে সন্ধিয়া ৱাডু কাই কেৰাটেৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি চাৰিজন প্ৰশিক্ষাৰ্থীক ব্লেক…

তেজপুৰত “কৃষ্ণ অমৃত কথা” ই মুগ্ধ কৰিলে কেবাশ দৰ্শকক

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ নবেম্বৰঃ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ বাবে আজিৰে পৰা বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ এনে আয়োজনৰ মাজতে…

তেজপুৰৰ মাজগাঁৱত দিনতে লুটিছে দুই চোৰে

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৪ নৱেম্বৰ: তেজপুৰৰ মাজগাঁও অঞ্চলত দুই গভাইত চোৰকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে স্হানীয় মহাভৈৰৱ আৰক্ষী চকী অন্তৰ্গত নৱপুৰ, ৰত্নপুৰ, খৰাআটিকে ধৰি বিভিন্ন অঞ্চলত দিন দুপৰতে লুটপাত…

লখিমপুৰৰ চিয়াজুলিত ৰে’লৰ খুন্দাত দুই ভাতৃ নিহত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলিত আজি বিয়লি ৰে’লৰ খুন্দাত দুজন লোকৰ মৃত্যু ঘটে৷ ঘটনাৰ বিৱৰণী মতে আজি চিয়াজুলিৰ ষ্টেচন তিনিআলিত লীলাবাৰীৰ পৰা ৰঙিয়া মুৰ্কংচেলেক যাত্ৰীবাহী ৰেল গাড়ীখনৰ পৰা নামি…

 ‘ৰজনী মাষ্টৰ’ আৰু নাইঃ গণশিল্পী ভোলা কটকীৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৪ নৱেম্বৰঃ অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, গণ শিল্পী ভোলা কটকী আৰু নাই৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ  গুৱাহাটী…

লখিমপুৰত বৃহৎ বনাঞ্চল ধবংসৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ পদক্ষেপ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰঃ লখিমপুৰত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত বন বিভাগৰ বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি ধবংস কৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ উল্লেখ্য যে কালি প্ৰশাসনৰ নিৰ্দেশত উত্তৰ…

বিশিষ্ট সাহিত্যিক-চিন্তাবিদ অধ্যাপক ড॰ নগেন শইকীয়ালৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ সম্বৰ্ধনা

তেজপুৰ, ৪ নৱেম্বৰঃ ‘‘বিগত প্ৰায় সাতটা দশক ধৰি অসমীয়া ভাষা-সাহিত্যৰ সাৰস্বত সাধনা, একাগ্ৰ অনুশীলনেৰে আধুনিক অসমীয়া সাহিত্যক আপুনি যি সৌষ্ঠৱ আৰু সমৃদ্ধি প্ৰদান কৰিছে, সেয়া অসমীয়া ভাষা-সাহিত্যৰ বলয়ত এক নজহা-নপমা ঐতিহ্যৰ নামান্তৰ হৈ ৰ’ব৷ অসমৰ…

উৎকোচঃ লখিমপুৰ জল সম্পদ বিভাগৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৪ নৱেম্বৰ ; লখিমপুৰ জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ দুজন কর্মচাৰীক আজি উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা কর্মচাৰী দুজন হৈছে উচ্চ বৰ্গৰ সহায়ক…

অসমীয়া চিনেমাৰ প্ৰতি দর্শকৰ আগ্ৰহ স্তিমিত হৈছে নেকি !

বিমল বৰগোঁহাই মই যেতিয়া মাধ্যমিক শ্ৰেণীত পঢ়ি আছিলো (১৯৮০-৮১), সেই তেতিয়াৰ পৰাই চিনেমা চোৱাৰ এটা অভ্যাস আছিল। সেইসময়ত বোধকৰোঁ আমি ক’লা-বগা(Black & White) ছবিকেই বৰ আগ্ৰহেৰে চাইছিলো। কাৰিকৰী দিশ সমূহো বৰ উন্নত নাছিল, যদিও কাহিনী ভাল আছিল…

শোণিতপুৰৰ শতাধিক শিশু বিজ্ঞানীৰ চমৎকাৰ উদ্ভাৱন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ নবেম্বৰ : শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ১০ পৰা ১৭ বছৰ বয়সৰ চাৰিকুৰি শিশু বিজ্ঞানীৰ বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰ চমকপ্ৰদ উদ্ভাৱনৰে আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ…