তেজপুৰত শোকাবহ দুৰ্ঘটনাত নিহত শিশু ছাত্ৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৩নৱেম্বৰ: আজি দিনৰ প্ৰায় তিনিবজাত তেজপুৰৰ বিন্দুকুৰি সাপ্তাহিক বজাৰৰ সমীপতে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৰাজেন ওৰাং নামৰ এটি সাত বছৰীয়া শিশু নিহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,মোৱামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ…

ঐশ্বৰ্য্য কাকতিয়ে ৭৯ সংখ্যক ওপজা দিনত উপহাৰ দিলে মননশীল নাটক “ছহাত মাথোঁ”

তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰুচিশীল দৰ্শক আৰু তেজপুৰৰ বিদ্বৎ সমাজে উপভোগ কৰিলে তেজপুৰীয়া শিল্পীৰ সাৱলীল অভিনয় নাটকে মোক জীৱন দিলে আৰু মই নাটকক জীৱন দিলোঁ - - ঐশ্বৰ্য্য কাকতি ঐশ্বৰ্য্য কাকতিৰ নাটকৰ এক বিশেষ…

৬ নৱেম্বৰত ৰাছিয়াৰ পৰা আহি তিনিচুকীয়াত ভাষণ দিব  ব্ৰহ্মকুমাৰী বি কে সন্তোষে  

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ নৱেম্বৰ : বিশ্বৰ ১৪৬ খন দেশত বিয়পি থকা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ কেন্দ্ৰৰ মুখ্য সঞ্চালিকা বি কে সন্তোষে অহা ৬ নৱেম্বৰত ব্ৰহ্মকুমাৰীৰ তিনিচুকীয়াৰ ৰংপুৰীয়াস্থ ব্ৰহ্মপুত্ৰ…

লখিমপুৰৰ তেল ডিপোত ভেজাল পেট্ৰল বিক্ৰীঃ নিশা উত্তপ্ত পৰিস্থিতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ নৱেম্বৰঃ বুধাবাৰে নিশা লখিমপুৰৰ এটা পেট্ৰল ডিপোত ভেজাল পেট্ৰল বিক্ৰী কৰাক কেন্দ্ৰ কৰি ডিপোটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত ডিপোটোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিভাগীয় কতৃৰ্পক্ষই…

খানাপাৰা গেছ টেংকাৰ বিস্ফোৰণত নিহতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি

খানাপাৰা, ২ নৱেম্বৰ : ১৯৯৮ চনৰ ১ নৱেম্বৰত খানাপাৰাত হোৱা ভয়াৱহ গেছ টেংকাৰ বিস্ফোৰণ ঘটনাৰ ২৫ সংখ্যক বৰ্ষত ভৰি দিছে । এই ঘটনাৰ পটভূমিত জন্ম লাভ কৰা এক সামাজিক-সাংস্কৃতিক সংগঠন 'সুৰক্ষা'ৰ উদ্যোগত কালি এই দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা গেছ…

 পশ্চিমবংগৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা ( দ্বিতীয় খন্ড)

অৰিন্দম তালুকদাৰ পথৰ কিনাৰত নেপালী দম্পতীৰ হাতৰ ৰুটী ভাজি এইদৰে কালিম্পঙত দুটা স্মৰণীয় দিন কটাই আমি এইবাৰ শিলিগুৰি অভিমুখে ৰাওনা হ'লো। দাৰ্জিলিং - গেংটকলৈ গ'লে আমি সদায় বাটৰ কাষৰ নেপালী হোটেলবোৰত আহাৰ খাও। সাধাৰণতে ৰুটী- তৰকাৰী, ঘুগুনী,…

ইটাখোলাত কিশোৰী নিৰুদ্দেশ 

জামুগুৰিহাট  : ২ নৱেম্বৰঃ  জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত হাটিঙা বাগানৰ মন্ত্ৰা কুমাৰ নামৰ নবছৰীয়া এগৰাকী কিশোৰী যোৱা চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । যোৱা শনিবাৰে বিয়লিৰ ভাগত ঘৰৰ…

শোণিতপুৰত ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা ৩৮,৩০০ মেট্ৰিক টন ধান ক্ৰয়ৰ কৰিব চৰকাৰে

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২নবেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । এই মাৰ্গ দৰ্শনেৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি…

তিনিচুকীয়া পলিটেকনিকৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি : ধৃত ২ কিশোৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপখুৰী এলেকাত নতুনকৈ স্থাপিত পলিটেকনিক শিক্ষানুষ্ঠানৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি সন্দৰ্ভত মাকুম আৰক্ষীয়ে দুই কিশোৰক আটক কৰিছে ৷ জানিব পৰা মতে ৩০ অক্টোবৰৰ নিশা…

ভূৱা তথ্যৰে নিযুক্তি: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পাঁচ লেবৰেটৰী টেকনিচিয়ানক নিলম্বন

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২ নৱেম্বৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুৱা তথ্যৰে নিযুক্তি লাভ কৰা পাঁচজন লেবৰেটৰী টেকনিচিয়ানক নিলম্বন কৰা হৈছে৷তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই আজি সংবাদ মাধ্যমৰ আগত…