লখিমপুৰত চৰকাৰে ভূমি দানেৰে সংস্থাপিত কৰা ১৫৩টা পৰিয়ালৰ হাহাকাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সোৱণশিৰিৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুওৱা লখিমপুৰৰ ডেৰ শতাধিক পৰিয়ালৰ আজিও বিলাই বিপত্তি ওৰ নপৰিল৷ ২০০৩ চনৰ পৰা সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিত ১২ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰাৰ পিছত বহু যুঁজ বাগৰৰ অন্তত লখিমপুৰ…
