সাৱধান ! লখিমপুৰৰ এক্সিছ বেংকত গ্ৰাহকৰ অজ্ঞাতে ধন হৰলুকি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সাৱধান! বেংকতো সুৰক্ষিত নহয় আপোনাৰ জমা ধন৷ লখিমপুৰৰ এক্সিছ বেংকত সংঘটিত হোৱা এনে এক ঘটনাই এই কথা পোহৰলৈ আনিছে৷ লখিমপুৰৰ খেলমাটিস্থ এক্সিছ বেংকৰ পৰা এগৰাকী গ্ৰাহকৰ ধন তেওঁৰ একাউণ্টৰ পৰা হৰলুকি হোৱাৰ…
