উল্কাপিণ্ডৰ আঘাতত ওলায় বৰফঃ মহাসাগৰো আছিল মঙলত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : এই গ্ৰহত এতিয়াও উল্কাপিণ্ডৰ আঘাতৰ পৰা বৰফৰ টুকুৰা ওলায়। সাগৰখন নিস্তব্ধ হৈ শুকাই যায়।— এয়া কবিতাৰ শাৰী নহয়, বাস্তৱ। পৃথিৱী নহয়, এয়া মংগল গ্ৰহৰ কথা। দুয়োটা শাৰী সঁচা বুলি বৈজ্ঞানিক প্ৰমাণে কয়।…
