বিষ্ণুজ্যোতি ফুটবল:সঞ্জীৱন সমাজ নগাঁও ফাইনেলত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭অক্টোবৰ: সঞ্জীৱন সমাজ নগাঁও দলে ছিলঙৰ আমস্নিং ইউনাইটেড ফুটবল ক্লাৱক পৰাস্ত কৰি তেজপুৰত অনুষ্ঠিত হৈ থকা বিষ্ণু জ্যোতি সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ…

তিনিচুকীয়াত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটালে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ অক্টোবৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে আজি তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি গাঁৱত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটাই দিয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে আজি…

নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত শোক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা নিপন গোস্বামীৰ বিয়োগত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ আজি অভিনেতাজনৰ মৃত্যুত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা…

চৰকাৰৰ বিৰুদ্ধে টিউটৰ শিক্ষকঃ  শীঘ্ৰে আন্দোলনত নামিব 

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ অক্টোবৰঃ লখিমপুৰ নগৰৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উজনি অসমৰ টিউটৰ, কৰ্মচাৰীসকলৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ এই সভাতে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে এই টিউটৰ শিক্ষকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই…

বৰেণ্য অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোকস্তব্ধ জন্মভূমি তেজপুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ অক্টোবৰঃ ৰাজ্যক চলচ্চিত্ৰ জগতৰ এগৰাকী চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যখনৰ লগতে ওপজা স্হান, সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪২ চনৰ ২ছেপ্তেম্বৰত তেজপুৰ কলিবাৰীৰ সংস্কৃতিবান পৰিয়ালত…

অপৰাধৰ দমনৰ বাবে ভাৰতীয় অট’ হ’ব ব্ৰিটিছ আৰক্ষীৰ আহিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : সমগ্ৰ বিশ্বৰ আৰক্ষী বাহিনীয়ে অপৰাধীক সফলতাৰে খেদিবলৈ তীব্ৰবেগী বাহন ব্যৱহাৰ কৰাৰ বিপৰীতে ব্ৰিটিছ আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ তিনিচকীয়া ভাৰতীয় অট'ৰ ওপৰত নিৰ্ভৰ কৰে। যুদ্ধকালীন অপৰাধৰ সৈতে…

মহাকাশত ভাৰতীয় বিজ্ঞানীৰ অভূতপূৰ্ব আৱিষ্কাৰ! স্তম্ভিত সমগ্ৰ বিশ্ব

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : অসীম বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গভীৰ ৰহস্য। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে। এনে ক্ষেত্ৰত প্ৰায়ে কিছুমান তথ্য বিজ্ঞানীসকলৰ মাজলৈ আহে যিবোৰে সকলোকে আচৰিত…

ৰাতিপুৱা হাৰ্ট এটেক হয় কিয়? পুৱাৰ ভাগত মৃত্যুৰ ফান্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : তেতিয়াও ৰাতিপুৱা হোৱা নাছিল। ৰাতিপুৱাৰ পোহৰ মাথোঁ ওলাবহে। সাৰ পাই উঠাৰ লগে লগে চৰাইবোৰে খিকিন্দালি কৰি আছিল। চাৰিওফালে শান্ত, কোমল ভাব। মানৱ সভ্যতাৰ বেছিভাগেই এতিয়াও গভীৰ টোপনিত আছে। কিন্তু আপুনি…

জীয়াভৰলীৰ প্ৰৱল খহনীয়াত জাহ গ’ল তেজপুৰ বিশ্ববিদ্যালয় সুৰক্ষাৰ জিঅ’ বেগ আঁচনি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬অক্টোবৰ: ৰঙাপৰা বিধানসভা সমষ্টিৰ চামধৰা গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলত জীয়াভৰলী নৈৰ প্ৰৱল খহনীয়াই কাষৰীয়া অঞ্চল সমূহলৈ বিপৰ্যয় কঢ়িয়াই আনিছে৷ ধাৰাবাহিকভাবে গৰাখহনীয়া অব্যাহত থকাত কোৰকানি, বিহিয়াগাঁও, চামধৰা আৰু নতুন…

বিষ্ণু-জ্যোতি সোঁৱৰণী ফুটবল কেৰালাৰ লুক্কাচকাৰ ফাইনেলত

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৬অক্টোবৰ: তেজপুৰৰ চামধৰা চিনিয়ৰ মাদ্ৰাছা খেলপথাৰত পূৱ শোণিতপুৰ ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিঞ্চুজ্যোতি সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত কেৰালাৰ লুক্কা চকাৰ ক্লাৱে…