তিনিচুকীয়াত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটালে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ অক্টোবৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ মাজতে আজি তিনিচুকীয়া জিলাৰ মাকুমৰ লাংকাচি গাঁৱত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটাই দিয়ে ৫ ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰীক ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে আজি…
