মহাকাশলৈ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : দীপাৱলীৰ আগেয়েই ২৩ অক্টোবৰত পোহৰ হ'ল ভাৰতৰ আকাশ। মহাকাশ গৱেষণাত ভাৰতৰ মুকুটত সংযোজন কৰিলে আন এটুকুৰা মুকুতা। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ৩৬টা উপগ্ৰহৰে প্ৰক্ষেপ কৰা হ'ল…

মুক্তিৰ পূৰ্বেই তেজপুৰৰ শিৱম ক্ৰিয়েশ্যনৰ দ্বাৰা নিবেদিত চলচ্চিত্ৰ “অনুৰ” এ কঢ়িয়ালে বিশেষ…

মঞ্জুল বৰুৱা পৰিচালিত মুম্বাইৰ প্ৰসিদ্ধ ৰজত কাপুৰ, ডাঃ জাহানাৰা বেগম অভিনিত চলচ্চিত্ৰখনৰ সকলো কুশীলৱলৈ শুভেচ্ছাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্ৰিয়েচনৰ…

অসম ৰাইফলছ চেম্পিয়ন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪অক্টোবৰ: অসম ৰাইফলচ একাদশে ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰিছে। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ দ্বাৰা পৰিচালিত যোৱা ১৩অক্টোবৰৰ পৰা তেজপুৰ পল' গ্ৰাউণ্ডত…

উত্তৰ লখিমপুৰত দেৱালীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি তৈয়াৰ কৰিব সূতা-সাৰ

উত্তৰ লখিমপুৰ, ২৪ অক্টোবৰঃ দীপাৱলীৰ উপলক্ষে বেছিভাগ হিন্দু পৰিয়ালে নিজৰ ঘৰ, কাৰ্যালয়, দোকান ফুল, চাকি, কল আৰু কলৰ পাতেৰে সজাই তোলে। দোকানৰ সন্মুখত আৰু ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কল গছ ৰখাটো উৎসৱৰ বতৰত শুভ বুলি বিবেচনা কৰা হয়। তাৰ বাবে…

বিলাতৰ গাদীত আমাৰ দেশৰ ‘ঋষি’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : মচনদৰ একেবাৰে দুৱাৰমুখতে আছে ঋষি সুনক। কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন, যাৰ সৈতে তেওঁ কঠিন যুঁজ কৰিব লাগিলেহেঁতেন, তেওঁ মনোনয়ন দাখিল কৰা নাই। হঠাৎ এক আনুষ্ঠানিক বিবৃতিত তেওঁ কয় যে তেওঁ ব্ৰিটিছ…

প্ৰদূষণৰ ক্ষেত্ৰত এছিয়াশ্ৰেষ্ঠ ভাৰত !

 এছিয়াৰ ১০খন আটাইতকৈ প্ৰদূষিত চহৰ তালিকাভুক্ত কৰা হৈছে। আচৰিত কথাটো হ’ল সেই ১০খন চহৰৰ তালিকাত দিল্লী নাই। এই তালিকাত ভাৰতৰ ৮খন চহৰ আছে। ২৩ অক্টোবৰ দেওবাৰে প্ৰকাশ পোৱা প্ৰদূষিত চহৰৰ তালিকাখন শীতকাল আৰম্ভ হোৱাৰ পূৰ্বে এখন চহৰৰ বায়ুৰ…

 তেজপুৰত “দ্বীপশিখা কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন” কেন্দ্ৰৰ শুভাৰম্ভ

সজাগতাৰ অভাবৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে - মৃন্ময়ী বৰুৱা, সচিব, দ্বীপশিখা এই কেন্দ্ৰই শোণিতপুৰৰ লগতে উত্তৰ পাৰ আৰু অৰুণাচলৰ কৰ্কটৰোগীকো উপকৃত কৰিব - দেৱ কুমাৰ মিশ্ৰ, উপায়ুক্তশতাব্দ প্ৰতিনিধি,…

তিনিচুকীয়াত শিক্ষাব্ৰতী কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ অক্টোবৰ : তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সহযোগত আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ…

তেজপুৰত জল জীৱন মিছনৰ খোৱাপানী যোগান আচঁনিৰ শুভ উদ্বোধন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৩অক্টোবৰ: তেজপুৰ বিধানসভা সমষ্টিৰ ডেকাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাড়ীগাঁৱত সমষ্টিত স্হানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই কালি জল জীৱন মিছনৰ এখন খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ এক…

শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান

শিৱসাগৰ অষ্টম গ্ৰন্থ উৎসৱ আৰু দ্বিতীয় শিৱসাগৰ যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ দৃশ্যফটো: আব্দুল মতিন শিৱসাগৰ