লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সংহতি দিৱস পালন

উত্তৰ লখিমপুৰঃ ২০ অক্টোবৰঃ ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ ঘটনাৰ উপলক্ষে ৰাষ্ট্ৰীয় সংহতি দিৱস আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ দ্বাৰা এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ উদ্বোধন কৰে…

লখিমপুৰত দিব্যাংগ শিশুৱে প্ৰস্তুত কৰিছে মম, চাকি, ফুলদানি

উত্তৰ লখিমপুৰ ২০ অক্টোবৰঃ  লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত লখিমপুৰ শিক্ষা খণ্ডৰ দৈনিক পৰিচৰ্যা কেন্দ্ৰত দিব্যাঙ্গ শিশু সকলৰ বাবে ৭দিনীয়া এক প্ৰাক কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী…

শীঘ্ৰেই পুনৰ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি

তেজপুৰ,২০অক্টোবৰ: “লাচিত বৰফুকনেই এগৰাকী বীৰ, যি গৰাকী বীৰৰ কাহিনীয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। যি গৰাকী বীৰৰ কাহিনীয়ে আমাক উদ্বুদ্ধ কৰি আহিছে৷ সাহস দিছে জীৱন যুদ্ধত৷ প্ৰত্যাহবানৰ আগত থিয় হ'বলৈ আমাক সাহস দিছে৷ তেনে এগৰাকী বীৰৰ…

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেজপুৰৰ খেলুৱৈৰ ৰূপৰ পদক

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ নতুন দিল্লীৰ খেলগাওঁ শ্রীফট ষ্টেডিয়ামত মোৱা ১৭ অক্টোবৰৰ পৰা চলি থকা কেন্দ্রীয় বিদ্যালয় (কে ভি) ৰাষ্ট্রীয় প্রতিযোগিতাত গুৱাহাটী মণ্ডলৰ পৰা অংশ গ্রহণ কৰা এভিলিন ভড়ালী আৰু ত্রিভায়ান ৰাজ বৰাই অনুৰ্ধ ১৭…

আই আই টিত মৃত্যু তিনিচুকীয়াৰ ফাইজানৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ছাত্ৰ সন্থা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ আজি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক…

তিনিচুকীয়াত ড্ৰাগছসহ ধৃত সৰবৰাহকাৰী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : তিনিচুকীয়া আৰক্ষীয়ে আজি গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত এক অভিযান চলাই চহৰখনৰ পৰ্বতীয়া অঞ্চলৰ পৰা মনোজ মল্লিক (৩৫) নামৰ এজন ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ সন্দেহত আটক কৰে । ধৃত সৰবৰাহকাৰী মল্লিকৰ পৰা…

বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা

জামুগুৰিহাট : ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰণৰ গোচৰত অভিযুক্ত জাগিৰ আলি ৷…

আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয় বিজয়ী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ , ২০ অক্টোবৰ : টি এম পি কে লখিমপুৰ জিলা সমিতিৰ কাঙ্কিন কেবাং উদযাপনৰ সোণালী জয়ন্তী উপলক্ষে উত্তৰ লখিমপুৰ নগৰ সমিতিৰ উদ্যোগত যোৱা ১৮ অক্টোবৰ মঙ্গলবাৰে আয়োজন কৰা আন্তঃ মহাবিদ্যালয় ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতাত উত্তৰ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহক লৈ ব্যাপক প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২০ অক্টোবৰ ; লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত গাড়ী পাৰ্কিংৰ নামত হাস্পতালৰ চৌহদৰ বিভিন্ন এলেকাত গুৱাহাটীস্থিত চলিউচন নৰ্থ ইষ্ট নামৰ এটা কোম্পানীয়ে মাচুল সংগ্ৰহক কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই…

বিষ্ণু জ্যোতি ফুটবল

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০অক্টোবৰঃ পূব শোণিতপুৰ ক্রীড়া সন্থাৰ উদ্যোগত স্থানীয় নাম ছামধৰা ছিনিয়া মাদ্রাছা হাইস্কুল খেল পথাৰ চলি থকা বিষ্ণু জ্যোতি প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি অনুষ্ঠিত দ্বিতীয়খন কোৱাটাৰ ফাইনেল খেলত…