সৌন্দৰ্য্য প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰৰ স্নেহা বৰুৱাৰ কৃতিত্ব
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২০ অক্টোবৰ : তেজপুৰ হজৰাপাৰ নিবাসী স্নেহা বৰুৱাই স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া ২০২২ প্ৰতিযোগিতাত দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ লাভ কৰি তেজপুৰ তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেজপুৰৰ হজৰাপাৰ নিবাসী…
