গেৰুকামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মানৱ শৃংখলেৰে আছুৰ বিশাল প্ৰতিবাদ

 গেৰুকামুখৰ পৰা এন এইচ পি চিক খেদি পঠোৱা হ’বঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ প্ৰতাৰকঃ সদৌ অসম ছাত্ৰ সন্থা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ অক্টোবৰঃ গেৰুকামুখত এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় ৮০…

বিশ্ব ক্ষুধা সূচকাংকত ১০৭ নম্বৰ স্থানলৈ ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : বিশ্ব ক্ষুধা সূচকাংকত ভাৰত ৬ ৰেংক তললৈ নামিল। গ্ল’বেল হাংগাৰ ইনডেক্স ২০২২ৰ তথ্য অনুসৰি বৰ্তমান ১২১খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৭। যুদ্ধবিধ্বস্ত আফগানিস্তানৰ বাহিৰে দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰতে ভাৰত পিছ…

ভাৰতত মুকলি হ’ব চেটেলাইট ইণ্টাৰনেট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : এলন মাস্কে ভাৰতত আৰম্ভ কৰিব পাৰিব ষ্টাৰলিংক সেৱা। এলন মাস্কৰ চেটেলাইট সেৱাক ভাৰত চৰকাৰে অনুমতি দিব পাৰে বুলি খবৰ আহিছে। এনে পৰিস্থিতিত হয়তো শীঘ্ৰেই ভাৰতত ষ্টাৰলিংক সেৱা আৰম্ভ হ’ব পাৰে। খবৰ অনুসৰি…

ছাবমেৰিনৰ পৰা বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : প্ৰতিৰক্ষাৰ ক্ষেত্রত ভাৰত শক্তিশালী হৈ উঠিছে৷ এইবাৰ চাবমেৰিনৰ পৰাও সফলতাৰে পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হ’ল এটা পাৰমাণৱিক বেলিষ্টিক মিছাইল। ১৪ অক্টোবৰ শুকুৰবাৰে আই এন এছ আৰিহন্তৰ পৰা নিক্ষেপ কৰা হৈছিল এই…

নিয়াণ্ডাৰথাল আৰু মানুহ ২০০০ বছৰতকৈয়ো অধিক সময় ওচৰে পাজৰে বাস কৰিছিল!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : ১৩ অক্টোবৰ বৃহস্পতিবাৰে প্ৰকাশিত এক নতুন মডেলিং গৱেষণাত কোৱা হৈছে যে নিয়াণ্ডাৰথাল আৰু মানুহে সাধাৰণতে ভবাতকৈ বহু বেছি সময় সহ-অস্তিত্ব ৰক্ষা কৰি চলিছিল। এই অধ্যয়নত প্ৰায় ৪২ হাজাৰ বছৰ আগতে মানুহ আৰু…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্লেছমেণ্ট বিষয়ক অভিযান

উত্তৰ লখিমপুৰ: ১৫ অক্টোবৰঃ কোম্পানীত কৰ্পৰেট নিযুক্তিৰ বাবে আদিত্য বিৰলা কেপিটেলছ লিমিটেড (এবিচিএল)ৰ দ্বাৰা লখিমপুৰ কমাৰ্চ কলেজত আজি প্লেচমেণ্ট অভিযানৰ অনুষ্ঠিত কৰা হয়। এই প্লেচমেণ্ট পদক্ষেপৰ আয়োজন কৰে মহাবিদ্যালয়খনৰ কেৰিয়াৰ গাইডেন্স…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক ছাত্ৰ দিৱস পালন

উত্তৰ লখিমপুৰঃ ১৫ অক্টোবৰঃ আন্তৰ্জাতিক ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত উদযাপন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ…

ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাত অসম ৰাইফলছ চকাৰ দল বিজয়ী

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ খেলখনত অসম ৰাইফলছ চকাৰ দলে বঙাই গাঁও ইলেভেন ষ্টাৰ ক্লাবক ০-১…

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিক বিকৃত কৰাৰ সাহস কেনেকৈ হ’ল অভিজিৎ ভট্টাচাৰ্য্যৰঃ ঠংচি

অসম - অৰুণাচলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা অৰুণাচলত প্ৰকৃতিগত ভাবেই নদী বান্ধৰ বাবে সুৰক্ষিত নহয় - মই সদায় নদী বান্ধৰ বিৰোধিতা কৰি আহিছোঁ - য়েছে দৰজে ঠংচি শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ অক্টোবৰ :…

তিনিচুকীয়াত সন্ধানহীন শিশুৰ কংকাল উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰ : তিনিচুকীয়াৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নখৰাই চাহ বাগিছাৰ কাষৰীয়া এক হাবিতলীয়া অঞ্চলত বৃহস্পতিবাৰে এটা নৰকংকাল উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো অগ্ৰগতি লাভ কৰিবলৈ…