বিশ্ব ক্ষুধা সূচকাংকত ১০৭ নম্বৰ স্থানলৈ ভাৰত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : বিশ্ব ক্ষুধা সূচকাংকত ভাৰত ৬ ৰেংক তললৈ নামিল। গ্ল’বেল হাংগাৰ ইনডেক্স ২০২২ৰ তথ্য অনুসৰি বৰ্তমান ১২১খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৭। যুদ্ধবিধ্বস্ত আফগানিস্তানৰ বাহিৰে দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰতে ভাৰত পিছ…
