বৃহস্পতিবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী…
ধুবুৰী, ১২ অক্টোবৰ : অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৰূপে কাইলৈ আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে। গুৱাহাটীৰ আইআইটি চৌহদত বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ চৰকাৰী অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰতৰ…
