লখিমপুৰত তিনি দুবৃৰ্ত্তই মহিলাক দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ’ল জংঘলত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত মঙ্গলবাৰে সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই ধৰ্ষণ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ লীলাবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷…
