তাচ পাতৰ দৰে খহিছে গেৰুকামুখ পাহাৰ
থৰকাছুটি হেৰুৱাইছে এন এইচ পিচিয়ে
শতাব্দ প্ৰতিনিধি,লখিমপুৰ,১১অক্টোবৰঃ এন এইচ পিচিত ধাৰাবাহিক খহনীয়া অব্যাহত আছে।তাচপাতৰ দৰে খহিবলৈ ধৰিছে এন এইচ পিচিৰ গেৰুকামুখৰ পাহাৰ।প্ৰথমে গাৰ্ড ৱাল,তাৰ পাছত টাৰ্নেল আৰু শেহতীয়াকৈ হুৰাহুৰে খহিছে এন এইচ…
