ছুইডেনৰ ছাব কোম্পানীয়ে ভাৰতত নিৰ্মাণ কৰিব Carl-Gustaf M4

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : কাৰ্ল-গুষ্টাফ এম৪— প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ! ছুইডেনৰ প্ৰতিৰক্ষা কোম্পানী ছাবে ভাৰতত নিৰ্মাণ কৰিব বিচাৰিছে কাৰ্ল-গুষ্টাফ এম৪ গণধ্বংসী অস্ত্ৰ। দেশখনৰ অন্যতম বৃহৎ প্ৰতিৰক্ষা কোম্পানী ছাব। এইবাৰ…

লখিমপুৰত এন এইচ পিচিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ জাতীয় যুৱবাহিনী ,অসমীয়া যুৱ মঞ্চৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ বিৰুদ্ধে ৰাইজৰ দলৰ জাতীয় যুব বাহিনী লখিমপুৰ জিলা সমিতিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ…

৯ বছৰীয়া ভাৰতীয় কন্যাৰ প্ৰতিভাত আপ্লুত এপলৰ চিইঅ’ টিম কুক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : বৰ্তমান এপলক বিশ্বৰ অন্যতম বিখ্যাত টেক কোম্পানী হিচাপে গণ্য কৰা হয়। লগতে প্ৰাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি এই সংস্থাটোত চাকৰি এটা লাভ কৰে। অৱশ্যে এইবাৰ এপলৰ চিইঅ’ টিম কুক (টিম কুক) নিজেই এগৰাকী ভাৰতীয়…

অসমৰ পৰ্যটন বিকাশত আমাৰ কৰণীয় 

ড° বুলজিৎ বুঢ়াগোহাঁই আমাৰ ৰাজ্যখনৰ পৰ্যটন ক্ষেত্রখনত বিকাশৰ সম্ভাৱনা বহু আছে । পৰ্যটন ক্ষেত্রখনৰ বিকাশত আমাৰ সকলোৰে কিছু কৰণীয় আছে । পৰ্যটনৰ ক্ষেত্রখনৰ বিকাশৰ বাবে চৰকাৰে লোৱা আঁচনিবোৰত আমি সহায়-সহযোগিতা কৰিলেহে এই আঁচনিবোৰ সফল হ’ব।…

লখিমপুৰত প্ৰধানমন্ত্ৰী, শক্তিমন্ত্ৰী, মুখ্য মন্ত্ৰী, এন এইছ পি চিৰ প্ৰতিকৃতি দাহ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ানক ভূমিস্খলনৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ । ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য…

কেৱল দেৱতাই নহয়, আপুনিও অমৰ হ’ব পাৰে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : কোন অমৰ হ'ব নিবিচাৰে? আদিম কালৰ কিছুমান পৌৰাণিক কাহিনীৰ পৰা জানিব পাৰোঁ যে, অমৃতৰ ভাগ-বতৰাক লৈ অসুৰ আৰু দেৱতাৰ মাজত যুদ্ধ হৈছিল। বিষ্ণুৱে নিজেই হস্তক্ষেপ কৰিবলগা হৈছিল। তেওঁ কেৱল হস্তক্ষেপ কৰাই নহয়,…

আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্বৰ্ধনা জনাব অভিনেত্ৰীগৰাকীক।…

লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰিৰ মথাউৰি চিঙাৰ উপক্ৰম

 বিপন্ন মথাউৰিত কেন্দ্ৰীয় জল আয়োগৰ দল, সাংসদ, জিলা উপায়ুক্ত ঃ যুদ্ধকালীন তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ চেষ্টা জলসম্পদ বিভাগৰ শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত…

গাড়ীচোৰ,ফকিৰ আব্দুলৰ গৃহত মাটিত পুতিথোৱা অৱস্থাতউদ্ধাৰ১৫লাখঃ তেজপুৰত চাঞ্চল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকীৰ অন্তগত এক ভিতৰুৱা অঞ্চল আলিচিঙা উৰিয়ামগুৰিত এটা বাসগৃত পুতি থোৱা অৱস্থাত লাখ লাখ টকা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি হৈছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে,…

৩৯ তম শোণিতপুৰ জিলা ভাৰ উত্তোলনত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

জুনিয়ৰ মহিলা বেষ্ট লিফ্‌টাৰ বৃষ্টি ৰেখা হাজৰিকা - পুৰুষৰ বেষ্ট লিফ্‌টাৰ খিতাপ জয়ন্ত কোঁচলৈ ছিনিয়ৰ মহিলা শাখাত বেষ্ট লিফ্‌টাৰ আমিনা খাতুন আৰু পুৰুষ শাখাত নীলম নাথ শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬,ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু…