লখিমপুৰত এন এইচ পিচিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ জাতীয় যুৱবাহিনী ,অসমীয়া যুৱ মঞ্চৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ বিৰুদ্ধে ৰাইজৰ দলৰ জাতীয় যুব বাহিনী লখিমপুৰ জিলা সমিতিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ…
