তেজপুৰত আত্মবলিদান দিৱস পালন

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০ছেপ্টেম্বৰ: দেশৰ স্বাধীনতা আন্দোলনৰ অমৰ ছহিদ কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ছাত্ৰ সংগঠন ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ আদালত পাচঁ‌ আলিত আত্মবলিদান দিৱস পালন কৰা…

লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰিঃ শ শ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ সোৱণশিৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধবনিৰে কালি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে…

তেজপুৰত অবৈধ বালি খনন:যন্ত্ৰ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০ছেপ্টেম্বৰ: তেজপুৰত অবৈধভাবে বালিখননৰ বিষয়ে প্ৰতিক্ৰিয়া তথা চৰ্চা অব্যাহত থকাৰ মাজতে আজি বিয়লি বনবিভাগে এনে অবৈধ বালি খননৰ বিৰুদ্ধে এক অভিযান চলাই এটা যন্ত্ৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ মৰাভৰলীত এই পাম্পৰ…

তেজপুৰত অনাথ আশ্ৰমৰ নামত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ

 শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০ছেপ্টেম্বৰ: তেজপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত এইবাৰ অনাথ আশ্ৰমৰ নাম লৈ তিনি মহিলাই আৰম্ভ কৰিছে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ৷ উল্লেখযোগ্য যে,অচিনাক্ত তিনি মহিলাৰ এনে অপকাণ্ডৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত বহুসংখ্যক…

লখিমপুৰ চক্ৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক-কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ব্যাপক অনিয়ম

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চক্ৰৰ জলসম্পদ সংমণ্ডলৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ লগতে কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত এতিয়া ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে৷ লখিমপুৰ চক্ৰৰ অধীক্ষক অভিযন্তা কাৰ্যালয়ৰ এজন কাৰ্যালয় সহায়কৰ…

বিদ্যুত বিভাগৰ বিলৰ ক্ষেত্ৰত সৰব মুখা মন্ত্ৰী

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২০ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিদ্যুৎ বিভাগে এই অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিলৰ বাবে এক বিজ্ঞাপন মুকলি কৰিব । যি সকল লোকৰ বিদ্যুৎ বিল বৃদ্ধি পাইছে তেওঁলোকে…

উদ্ধাৰ হ’ল মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত নিহত ৩ শ্ৰমিকৰ মৃতদেহ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ ছেপ্টেম্বৰ : অৱশেষত উদ্ধাৰ হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে পুনৰ মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ মৃতদেহ ৷ উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ…

লখিমপুৰত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি মুকলি কৃষি মন্ত্ৰী অতুল বৰাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ অসম চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব৷ এই ক্ষেত্ৰত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িব৷ একেদৰে সীমা সমস্যাটোও ইতিমধ্যে সমাধানৰ দিশে…

অসম গণিত শিক্ষায়তন,শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ছেপ্টেম্বৰঃ অসম গণিত শিক্ষায়তন, শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস  তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ ৰিমনি নেওগ বৰাৰ সভাপতিত্বত আজি অনুস্থিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ বহুমুখী মাধ্যমিক কন্যা…

শোণিতপুৰ ন বিলত চাৰিশ মহিলাৰ সেউজ বিপ্লৱ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৯ ছেপ্টেম্বৰ: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিহগুৰিৰ পুঠিমাৰীত চাৰিশৰো অধিক উদ্যমী মহিলাৰে গঠিত জয়মতী কৃষি উৎপাদক গোটৰ সেউজ বিপ্লৱ । বিহগুৰিৰ পুঠিমাৰী, বাপুভেটি, ন-বিলকে ধৰি ২৫খন গাঁৱৰ উদ্যমী মহিলাসকলে কৃষিৰ…