লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰিঃ শ শ পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ সোৱণশিৰিৰ গৰা খহনীয়া প্ৰতিৰোধ কৰক, নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ’ বেক, মুখ্যমন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন ধবনিৰে কালি প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে…
