মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখনিত পুনৰ ৩ শ্ৰমিক নিহত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যুমুখত পৰিছে ৩ জন শ্ৰমিক ৷ জানিব পৰা মতে মালো গাঁৱৰ এক দুৰ্গম অঞ্চলত থকা চোৰাং কয়লা বেপাৰীৰ অবৈধ ’খাদান’ত (ৰেট হ’ল মাইনিং) দেওবাৰে…
