লখিমপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ চুতীয়া ছাত্ৰ সন্থাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত অসমৰ বাদে বিভিন্ন ৰাজ্যৰ ১৫টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিপৰীতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি প্ৰতাৰণা কৰাৰ…

মহাকাশত সূৰ্যৰ ৰং বগা ! সত্য প্ৰমাণ কৰিলে নাছাৰ প্ৰাক্তন মহাকাশচাৰীয়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : জ্বলি থকা জুইকুৰাৰ দৰে সূৰ্যৰ ৰং হালধীয়া। ইয়াৰ ৰং ৰঙা-কমলাও হয়। অন্ততঃ আমি খালী চকুৰে সেইটোৱেই দেখিবলৈ পাওঁ আৰু এই বিশ্বাস দীৰ্ঘদিনীয়া। কিন্তু সেই বিশ্বাসত আঘাত হানিছিল নাছাৰ এজন প্ৰাক্তন…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত ভয়ংকৰ বিস্ফোৰণৰে আক্ৰমণ 

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে আৰু যুদ্ধৰ মাজতে বহু ডাঙৰ ডাঙৰ দাবী কৰা হৈছে। কিন্তু ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক…

হিমালয়ৰ বুকুত নতুন হ্ৰদ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : গুগল আৰ্থ চাই ৬জন যুৱকে হিমালয়ৰ বুকুত এটা নতুন হ্ৰদ আৱিষ্কাৰ কৰিছে। ৰুদ্ৰপ্ৰয়াগৰ গড়ৱাল হিমালয়ৰ গৰ্ভত লুকাই আছিল এই নামহীন হ্ৰদটো। সাগৰ পৃষ্ঠৰ পৰা ১৬ হাজাৰ ফুট ওপৰত থকা দুৰ্গম পাহাৰীয়া পথ পাৰ হৈ…

ককেছাছ অঞ্চলত পুনৰ যুদ্ধ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ছেপ্টেম্বৰ : নাগৰ্নো-কাৰাবাখ অঞ্চলক লৈ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দীৰ্ঘদিন ধৰি জাতিগত আৰু ভূখণ্ডৰ সংঘাত চলি আহিছে। অঞ্চলটোৰ অধিকাংশ বাসিন্দা আৰ্মেনিয়ান জনগোষ্ঠীয়। আজাৰবাইজানীসকলে ইয়াৰ আশে-পাশে থকা সাতখন…

মোবাইল ষ্ট্ৰোক ইউনিট চিটি স্কেন প্ৰকল্পই উপকৃত কৰিছে সৰ্বসাধাৰণক

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৪ ছেপ্টেম্বৰ: দেশ তথা ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ এক বিশেষ পদক্ষেপ হিচাপে ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে মোবাইল ষ্ট্ৰক ইউনিট আৰু চিটি স্কেন প্ৰকল্প শোণিতপুৰত কাৰ্যকৰী কৰা হৈছে৷ শোণিতপুৰৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল…

নতুন ভেৰিয়েণ্টৰ আবিৰ্ভাৱে সৃষ্টি কৰিছে উদ্বেগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : যদিও কৰ'না মহামাৰীৰ পৰা কিছু সকাহ পোৱা গৈছে, তথাপি ইয়াৰ পৰিণতিৰ বিষয়ে এতিয়াও কোনো নিৰ্দিষ্ট গৱেষণা ওলোৱা নাই। ইফালে, Covidৰ Omicron ভেৰিয়েন্টৰ নতুন উপ-ভেৰিয়েণ্টে পুনৰ উদ্বেগ সৃষ্টি কৰিবলৈ আৰম্ভ…

৮০ বছৰীয়া অপেক্ষাৰ অন্তত শেষকৃত্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ বিশ্বই সন্মুখীন হোৱা ট্ৰেজেডীৰ বৰ্ণনা সহজ নহয়। ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ প্ৰথম বিশ্বযুদ্ধ চলিছিল। বিশ্বৰ ৪ কোটি লোক এই যুদ্ধৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও প্ৰকৃততে এই সংখ্যা বহু…

তেজপুৰত “অসীম সাগৰৰ ঢৌ” উন্মোচন

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৪ ছেপ্টেম্বৰ: ভ্ৰমণৰ অভিজ্ঞতাকে ধৰি ভিন্ন বিষয় বস্তু সামৰি লিখা এখন পুথি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূলত উন্মোচন কৰা হয়৷অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা মাজগাঁও নিকামূল নিবাসী হিমকৰ্ণ চেত্ৰীৰ দ্বাৰা ৰচিত এই প্ৰথমখন…

৪০ হাজাৰ টকাত উপলব্ধ হ’ব ১ লাখ টকীয়া লেপটপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : অহা দুবছৰত ভাৰতত লেপটপ আৰু ম’বাইলৰ দাম কমি আহিব পাৰে। এতিয়া ১ লাখ টকাৰ মূল্যৰ লেপটপৰ মূল্য ৪০ হাজাৰলৈ নামি আহিব পাৰে। এই কথা দাবী কৰিছে বেদান্ত নিগমৰ অধ্যক্ষ অনিল আগৰৱালাই। ফক্সকনৰ সৈতে যৌথ উদ্যোগত…