কটনিয়ানৰ ধূমায়িত কৰক চাহকাপৰ ভিতৰলৈ জুমি…

অৰিন্দম তালুকদাৰ বজালী জিলাৰ ভিতৰুৱা অঞ্চলৰ নিমুৱা গাঁৱৰ পৰা দৈনিক ৩৬ কিলোমিটাৰ চাইকেল চলাই অহা-যোৱা কৰি ল'ৰাজনে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক কলা শাখাত অধ্যয়ন কৰি ৮৬ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল। তাৰ পাছত তেওঁ কটন…

তেজপুৰৰ বিহগুৰিত মৃৎ শিল্পীৰ ব্যস্ততা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩ছেপ্টেম্বৰ: বৰ্তমান আৰম্ভ হৈছে পূজাৰ পৰিৱেশ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত আৰু মাত্ৰ তিনিটা দিন৷ একে সময়তে অনুষ্ঠিত হ’ব মনসা পূজাও৷ ইয়াৰ মাত্ৰ এটা পষেকৰ পাছতেই উলহমালহেৰে অনুষ্ঠিত হ’ব দশভূজা দুৰ্গা পূজা৷এনে…

তিনিচুকীয়াৰ বিধ্বস্ত বাটপথ মেৰামতিৰ দাবীত আছুৰ মানৱ শৃংখল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : তিনিচুকীয়াৰ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য বিধ্বস্ত বাটপথসমূহ মেৰামতিৰ দাবীত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি…

৬০০ বছৰ আগতে মহাকাশত বিস্ফোৰিত এটা তৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : মহাজাগতিক নক্ষত্ৰীয় বিস্ফোৰণৰ বিষয়ে জ্যোতিৰ্বিজ্ঞানীসকলে অধ্যয়ন কৰি আছে। জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে এতিয়া এটা তৰাৰ মৃত্যুৰ সময়সীমা নিৰ্ণয় কৰি আছে। জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ বিশ্লেষণ আৰম্ভ কৰিছে।…

চন্দ্ৰত সম্ভাৱ্য শক্তিৰ উৎস আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : চীনে অতি সোনকালে চন্দ্ৰ অন্বেষণ কৰিব বিচাৰিছে। সেই উদ্দেশ্যে ছি জিনপিঙৰ দেশখনে এতিয়া চাং’ই চন্দ্ৰ কাৰ্যসূচীৰ অংশ হিচাপে অহা দহ বছৰত তিনিটাকৈ চন্দ্ৰ অভিযান আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এই…

অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত পৰীক্ষামূলক ভাবে ড্ৰোণৰ সহায়ত কৃষি পথাৰত সাৰ প্ৰয়োগ

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৩ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ বিন্দুকুৰি কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে ড্ৰো'ণৰ সহায়ত কৃষি পথাৰত সাৰ ( নেন' ইউৰিয়া ) প্ৰয়োগ কৰাৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ পক্ষীয়াঝাৰ…

অত্যাৱশ্যকীয় তালিকাৰ পৰা বাতিল ২৬বিধ দৰব

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : কেন্দ্ৰই অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ পৰা কিছু পৰিচিত ঔষধ আঁতৰাই পেলাইছে। স্বাস্থ্য মন্ত্ৰালয়ে আশংকা কৰিছে যে একাংশ ঔষধত কেইবাটাও গেছ যৌগ আছে যাৰ ফলত কৰ্কট ৰোগ সৃষ্টি হ’ব পাৰে। অত্যাৱশ্যকীয় তালিকাৰ…

১৯৩৬ চনৰ পিছত প্ৰথমবাৰলৈ কেংগাৰুৱে হত্যা কৰিলে মানুহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পোহনীয়া জন্তুৱে গৰাকীক হত্যা কৰিছে। ই পোহনীয়া জন্তু হোৱাৰ লগতে সেই দেশত চূড়ান্ত মৰ্যাদা থকা প্ৰাণী। এই জন্তুটো হৈছে এটা কেংগাৰু। অষ্ট্ৰেলিয়াত কেংগাৰু…

বিশিষ্ট নাট্যশিল্পী, সত্ৰীয়া শিল্পী গুণাকৰ দেৱগোস্বামীলৈ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ ছেপ্টেম্বৰঃ নিজৰ বহুমুখী প্ৰতিভাৰে তেজপুৰ তথা ৰাজ্যবাসীৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ লগতে জিলাখনৰ সাহিত্য-সংস্কৃতি জগতৰ সব্যসাচী ব্যক্তি হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেজপুৰবাসীয়ে…

কলকাতাত গীতে-মাতে ভূপেন হাজৰিকাক স্মৰণ

কলকাতা, ১২ ছেপ্টেম্বৰঃ অসম সাহিত্য সভা আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ যৌথ উদ্যোগত যোৱা ১০ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী অতি আড়ম্বৰতাৰে পালন কৰা হয়। সুধাকণ্ঠৰ কলকাতাৰ সংযোগক সুঁৱৰি অনুষ্ঠিত…