তেজপুৰৰ বিহগুৰিত মৃৎ শিল্পীৰ ব্যস্ততা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩ছেপ্টেম্বৰ: বৰ্তমান আৰম্ভ হৈছে পূজাৰ পৰিৱেশ৷ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত আৰু মাত্ৰ তিনিটা দিন৷ একে সময়তে অনুষ্ঠিত হ’ব মনসা পূজাও৷ ইয়াৰ মাত্ৰ এটা পষেকৰ পাছতেই উলহমালহেৰে অনুষ্ঠিত হ’ব দশভূজা দুৰ্গা পূজা৷এনে…
