বনকৰ্মীক মাৰপিট কৰা বন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডুমডুমাৰ ডি এফ অ’ কাৰ্য্যালয় : গোচৰ…

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ : কাঠৰ চোৰাং বেপাৰীৰ হাতত হৈ থকা বনাঞ্চল ধ্বংসযজ্ঞ ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হোৱা তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াজনে (ডি এফ অ') নিজ বিভাগৰে ফৰেষ্ট গাৰ্ডক বেয়াকৈ…

আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ নিৰ্বাচিত লখিমপুৰৰ উপাসনা বৰুৱা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টম্বৰঃ ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা লখিমপুৰৰ উপাসনা বৰুৱা এই নিৰ্বাচিত হৈছে আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত উপাসনাই অংশগ্ৰহণ…

নদীবান্ধ আন্দোলনৰ সুফল- ২৭১ মিটাৰলৈ বাঢ়িল মূলবান্ধৰ প্ৰস্থ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ প্ৰকল্পঃ সোৱণশিৰি নদীতে উৎপাদন হ’ব ৫৮০০ মেগাৱাট বিদ্যুৎ শক্তিপ্ৰকল্পস্থলীৰ পৰা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী…

সাধনাৰ স্থলী তেজপুৰত বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনৰ স্মৰণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৮ ছেপ্টেম্বৰ : অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনটোৰ পুৱাই আজি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে…

‘ক্লাইমেট পেনাল্টি’ঃ কিছুদিনৰ পাছত উশাহ ল’বলৈ নাপাব পৰিষ্কাৰ বতাহ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ ফলত সঘনাই চৰম গ্ৰীষ্ম প্ৰবাহ আৰু বন্য অগ্নিকাণ্ডৰ সৃষ্টি হৈছে। ফলত সমগ্ৰ বিশ্বতে বায়ুৰ গুণাগুণ দিনক দিনে বেয়া হৈ যাব ধৰিছে। ইয়াৰ ফলত মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বহু ক্ষতি হ’ব। এই…

দেশৰ প্ৰখ্যাত সাহিত্যিকৰ অংশ গ্ৰহণেৰে তেজপুৰত অহা ৯, ১০ আৰু ১১ ডিচেম্বৰত “সাহিত্য উৎসৱ”

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ ছেপ্টেম্বৰ : উঠি অহা প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি বা কিতাপ পঢ়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ জনপ্ৰিয় লেখক-সাহিত্যিকৰ উপস্থিতিত "মেজমেল", লেখকৰ স'তে মুখামুখি", "সৃজনীমূলক…

অত্যাধুনিক হ’ব দেশৰ ১৪৫০০খন বিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : কালি ৭ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া’ বা PMSRI প্ৰকল্পত অনুমোদন জনায়। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় ১৪,৫০০খন বিদ্যালয়ক পি এম-শ্ৰী বিদ্যালয় হিচাপে…

৪০ হাজাৰ বছৰ আগতে কিয় নোহোৱা হ’ল থাণ্ডাৰবাৰ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : ৪০ হাজাৰ বছৰ কম সময় নহয়। ৪০ হাজাৰ বছৰ পূৰ্বে অষ্ট্ৰেলিয়াত থাণ্ডাৰবাৰ্ড নামৰ এবিধ প্ৰকাণ্ড চৰাই বিলুপ্ত হৈছিল। যদিও এই চৰাইটোৰ সমসাময়িক ইমু বহু বাধাৰ মাজতো বাচি থাকিল। থাণ্ডাৰ বাৰ্ডৰ বিলুপ্তিৰ বাবে…

নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ নাটকৰ ছয় হাত মাথোঁ মহুৰত সম্পন্ন

শতাব্দ প্ৰতিনিধি তেজপুৰ ৭ছেপ্টেম্বৰ: ৰাজ্যৰ এগৰাকী প্ৰবীন নাট্যকাৰ,পৰিচালক তথা অভিনেতা ঐশ্বৰ্য কাকতিৰ জন্ম দিনটো তেওঁ ব্যতিক্ৰমী ধৰণে পালন কৰি আহিছে।নিজৰ ওপজা দিনত কাকতিয়ে ৰাইজলৈ উপহাৰ দিয়ে একোখনকৈ নতুন নাটক।এইবাৰো অহা দুই নবেম্বৰত তেজপুৰত…

সঞ্জয় কিষাণ উদ্ধাৰ অভিযানত নামিল একাংশ ৱাৰ্ড কমিছনাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ ছেপ্টেম্বৰ : যোৱা ৩ ছেপ্টেম্বৰত তিনিচুকীয়া পৌৰসভাৰ এক ব'ৰ্ড মিটিঙৰ অন্তত স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণে পৌৰপতি জয়ন্ত বৰুৱাক গালি-গালাজ কৰাৰ লগতে শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনা সন্দৰ্ভত আজি তিনিদিনৰ পাছত…