আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ নিৰ্বাচিত লখিমপুৰৰ উপাসনা বৰুৱা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টম্বৰঃ ভীম কলৰ পৰা গুৰ উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা লখিমপুৰৰ উপাসনা বৰুৱা এই নিৰ্বাচিত হৈছে আন্তৰাষ্ট্ৰীয় পৰ্য়ায়লৈ। অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত উপাসনাই অংশগ্ৰহণ…
