ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ। তেওঁ ভাৰতীয় মূলৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি সুনকক কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত পৰাস্ত কৰে। লিজ ট্ৰাছে লাভ কৰে ৮১৩২৬টা আৰু তেওঁৰ…

ড্ৰ’নে উৰুৱাই নিব জীৱনদায়ক অংগ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : অংগ প্ৰতিস্থাপন ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰৰ নতুন পদক্ষেপ। এইবাৰ ড্ৰ’ন প্ৰযুক্তিৰ সহায়ত বিমানবন্দৰৰ পৰা চিকিৎসালয়লৈ ক্ষিপ্ৰতাৰে অংগ-প্ৰত্যংগ প্ৰেৰণ কৰা হ’ব। ৩ ছেপ্টেম্বৰত এই মন্তব্য কৰে কেন্দ্ৰীয়…

অসমীয়াৰ কামেট আৰোহণৰ গৌৰৱোজ্জ্বল ২৫ বছৰ

ৰুবী বৰা শিখৰৰ শিখৰ বুলিয়েই কওক কিম্বা সোণালী শিখৰ বুলিয়েই কওক আটাইতকৈ ডাঙৰ কথাটো হ’ল ’ভাৰতৰ এভাৰেষ্ট’ বুলি নাম পোৱা শৃংগটোৱেই হৈছে ’মাউন্ট কামেট’।কামেটৰ মূল উৎস হৈছে তিব্বেতিয়ান শব্দ ’কাং-মেড’ অৰ্থাৎ ’জ্বলন্ত শিখৰ’ (Burning Mountain)।…

তিনিচুকীয়াৰ শিক্ষা বিভাগৰ উদ্যোগত পানীতোলাত কেন্দ্ৰীয়ভাৱে উদযাপন শিক্ষক দিৱস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : আজি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক শিক্ষক দিৱস কেন্দ্ৰীয়ভাৱে জিলাখনৰ পানীতোলা হিন্দী ইংলিছ হাইস্কুলত উদযাপন কৰা হয় ৷ শিক্ষক দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে ছেবাৰ…

কলাগুৰুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰথমবাৰৰ বাবে প্ৰতিচ্ছবি উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ ছেপ্টেম্বৰঃ অসমৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ কিংবদন্তি তথা বহু গুণ গৰিমাৰে মহিমামণ্ডিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিৰ লগতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী…

লখিমপুৰৰ ঘনচৰাইত যিকোনো মুহূৰ্ততে মথাউৰি চিঙাৰ আশংকাত আতংকিত ৰাইজ

শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৫ ছেপ্টেম্বৰঃ সোৱণশিৰি নদীয়ে লখিমপুৰৰ ঘনচৰাই চন্দ্ৰপুৰত তীব্ৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নদীখনে উক্ত স্থানত যিকোনো সময়তে মথাউৰি চিঙাৰ আশংকাত লখিমপুৰ জিলা প্ৰশাসন সস্তম হৈ থকাৰ…

শোণিতপুৰৰ বৰছলাত ৪০০ মহিলাৰে “জয়মতী”ৰ নতুন ৰূপ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৫ছেপ্টেম্বৰ: “মহিলা সকলৰ কৰ্মস্পৃহা পুৰুষতকৈ অধিক৷ বিশ্বৰ যিসমূহ দেশত মহিলা সকলে সামাজিক, অৰ্থনৈতিক সকলো দিশতে আগবাঢ়ি আহিছে সেই সমূহ দেশ বিশ্বৰ আনদেশৰ তুলনাত যথেষ্ট আগবঢ়া৷” আজি বৰছলা বিধান সভা সমষ্টিৰ পুঠিমাৰি…

সোৱণশিৰি প্ৰকল্পত পানীৰ প্ৰচণ্ড ঢলৰ শব্দই কঁপাইছে গেৰুকামুখ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত প্ৰায় সম্পূৰ্ণ হৈ উঠা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰিবলৈ ধৰাত সমগ্ৰ গেৰুকামুখ…

৫০ বছৰৰ পিছত চন্দ্ৰলৈ মানুহ পঠিয়াব নাছাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : ১৯৭২ চনৰ ডিচেম্বৰ মাহত মানুহ চন্দ্ৰত অৱতৰণ কৰিছিল। নাছাৰ এপ’ল’ অভিযানৰ ফলত চন্দ্ৰলৈ যোৱা শেষৰটো মানৱীয় অভিযান সম্ভৱ হৈ উঠিছিল। তাৰ পাছত ৫০ বছৰ পাৰ হৈ গ’ল৷ আৰু কোনো মহাকাশ সংস্থাই চন্দ্ৰলৈ মানুহ…

শ্লিপ চেম্পিয়ন : শুই শুয়েই ত্ৰিপৰ্ণাই ঘটিলে ৫ লাখ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : শুবলৈ কোনে ভাল নাপায়? কিন্তু বেছিকৈ শুলে ঘৰত খং উঠে। অৱশ্যে শ্ৰীৰামপুৰ ছোৱালীজনীৰ ক্ষেত্ৰত এই কথা বেলেগ। শান্তিৰে শুই তেওঁ লাভ কৰিছে পুৰস্কাৰ। ৫ লাখ টকাৰ বিশাল পুৰস্কাৰ লাভ কৰিছে তেওঁ। 'বেষ্ট শ্লিপাৰ'…