জীৱনৰ শিক্ষক
তৃষ্ণা বৰগোহাঁই
স্কুল-কলেজ-ইউনিভাৰ্চিটিৰ আনুষ্ঠানিক শিক্ষা সামৰাৰ পিছতো আমাৰ কোনোবা শিক্ষক থাকেনে বা থাকিব পাৰেনে? শিক্ষক দিৱসৰ সমাগত দিনবোৰত এই প্ৰশ্নটো মই প্ৰায়েই নিজকে সুধি চাওঁ ! গোটেই জীৱনটোকেই যদি আমি পাঠশালা বুলি ভাবি লওঁ, তেন্তে…
