ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজনঃ জলসম্পদ মন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি…
