লখিমপুৰ-পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত- অৰুণাচলৰ শিক্ষা…
উত্তৰ লখিমপুৰ, ৩ ছেপ্টেম্বৰ: আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমা-সমস্যাৰ স্থায়ী সমাধান-সূত্ৰ নিৰূপণৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে লোৱা শেহতীয়া যৌথ উদ্যোগৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মন্ত্ৰীস্তৰীয় সীমা পৰ্যবেক্ষণ…
