মন্ত্ৰী পীযূষ হাজৰিকাক সাক্ষাৎ অসম বাৰ্তাজীৱী সংঘ-কামৰূপ জিলা সাংবাদিক সন্থাৰ

গুৱাহাটী,৩১ আগষ্ট: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত সাংবাদিকসকলৰ সমস্যা সমুহ সমাধানৰ উদ্দেশ্য অসম বাৰ্তাজীৱী সংঘ আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দলে যৌথভাৱে কালি সন্ধিয়া তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ…

অসমৰ বাবে এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম উদ্বোধন

গুৱাহাটী, ৩১ আগষ্ট : বিশ্ব সম্পদ প্ৰতিষ্ঠান, ভাৰতবৰ্ষ অৰ্থাৎ ৱৰ্ল্ড ৰিছ’ৰ্চেছ ইনষ্টিটিউট, ইণ্ডিয়া (WRI India)-ই এ ই ডি এ (AEDA) অৰ্থাৎ অসম শক্তি উন্নয়ন সংস্থাৰ সৈতে অংশীদাৰিত্বৰে আজি দিনৰ ১০ বজাত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত ৰাজ্যখনৰ বাবে…

নগাঁৱত ৪৫ফুট গভীৰ কুঁৱাৰ পৰা ভিন্ন প্ৰজাতিৰ ১২টা দুস্প্ৰাপ্য কাছ উদ্ধাৰ 

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্ট: এটা ৪৫ফুট গভীৰ কুঁৱাৰ পৰা কালি উদ্ধাৰ কৰা হয় বিভিন্ন প্ৰজাতিৰ মুঠ ১২টা দুস্প্ৰাপ্য কাছ ৷ নগাঁৱৰ লাওখোৱা বজাৰ অঞ্চলত কালি চলা চাৰি ঘন্টাযোৰা এই সফল অভিযানক নেতৃত্ব দিয়ে নগাঁও কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ…

অসমৰ দুই স্থানক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ ঘোষণা

বৰজুলি চাহ বাগিচাত এবিধ বনৰীয়া ধান পোৱা যায়। প্ৰায় ০.৪১ হেক্টৰ ভূমিৰ এলেকাত পোৱা বনৰীয়া ধানবিধৰ বৈজ্ঞানিক নাম হৈছে Oryza rufipogon। ধানবিধক brown beard rice বুলিও কোৱা হয়। এই ধানবিধৰ বাবেই বৰজুলি বাগিচাৰ প্ৰায় ০.৪১ হেক্টৰ ভূমি সামৰি…

আলফাৰ কৰ্প’ৰেল ৰিহন অসমক মৃত্যুদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ আগষ্টঃ আলফা স্বাধীনে আজি সংগঠনটোৰ  এজন সদস্যক মৃত্যুদণ্ড বিহে। একাধিক বাৰ পলায়ন কৰি ধৰা পৰা তথা সংগঠনৰ হৈ শত্ৰুৰ চোৰাংচোৱাৰে মিতিৰালি কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা সদস্যজন হল কৰ্প'ৰেল ৰিহন অসম ওৰফে ছাইফুল…

“য়েছে দৰজে ঠংচি” হওঁক এক মিলনৰ সেতু

বিমল বৰগোহাঁইযোৱা  ১৮ আগষ্ট, ২০২২ তাৰিখৰ "দৈনিক জনমভূমি" কাকতৰ সম্পাদকীয় পৃষ্ঠাত বিশিষ্ট লেখক, নিবন্ধকাৰ সুমন্ত চলিহা আৰু আন এগৰাকী লিখক তিতাবৰৰ ৰাতুল মহন্ত ডাঙৰীয়াই যথাক্ৰমে "ভূপেনদাৰ সপোন আৰু য়েছে দৰজে ঠংচি" আৰু 'শৱ কটা মানুহৰ সপক্ষে"…

তেজপুৰৰ ডাইমেনচন একাডেমিত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা হিন্দী গীতৰ তালত ছাত্ৰ-ছাত্ৰীৰ উদ্দাম নৃত্যঃ…

শতাব্দ  প্ৰতিনিধি তেজপুৰ,৩০আগষ্ট: তেজপুৰৰ ডাইমেনচন একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনত কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হিন্দী গীতৰ তালত কৰা উদ্দাম নৃত্যৰ দৃশ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিহাসত প্ৰথমটো অস্থি মজ্জা সংৰোপণ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। অস্থি মজ্জা সংৰোপণৰ (bone marrow transplant) ক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা…

তেজপুৰৰ মেধাবী ছাত্ৰ ৰাহুলৰ সাফল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্ট: তেজপুৰৰ এজন মেধাবী ছাত্ৰ ৰাহুল বৰাই ইংলেণ্ডৰ নিউকেষ্টল ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুযোগ লাভ কৰিছে ৷ উল্লেখযোগ্য যে,তেজপুৰৰ বাৰহলীয়া নিৱাসী অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লক্ষীধৰ বৰা আৰু সহ শিক্ষয়ত্ৰী মানসী বৰাৰ পুত্ৰ…

লখিমপুৰত ২৭১গৰাকী সখীক স্কুটী প্ৰদান

লখিমপুৰ,৩০আগষ্টঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,লখিমপুৰ জিলাৰ অধীনৰ ৯টা উন্নয়ন খণ্ডৰ ২৭১গৰাকী সামূহিক সমল ব্যক্তিক (সখী)মঙলবাৰে স্কুটী প্ৰদান কৰা হয়।লখিমপুৰ জিলা পুথিভঁৰালত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰৰ…