এশ গৰু মাৰিলে বাঘৰো মৰণ : ভাড়াঘৰ এৰি ৰঙাঘৰলৈ চতিয়াৰ প্ৰাঞ্জল 

শতাব্দ প্ৰতিনিধি, ধেমাজি ৩০ আগষ্ট : “এশ গৰু মাৰিলে বাঘৰো মৰণ” আপ্তবাক্যশাৰীৰ সঁচা প্ৰমাণিত কৰি অৱশেষত ভাড়াঘৰ এৰি ৰঙাঘৰলৈ যাবলগীয়া হ’ল চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ আৰু তেওঁৰ দুই সহযোগী ৷ এখন দুখন নহয় নখনকৈ বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা বিশ্বনাথ…

অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাই প্ৰতিষ্ঠা কৰা তেজপুৰৰ তৰুণ অসম সংঘৰ স্থিতি

গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯ আগষ্টঃ অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ…

লখিমপুৰত নিৰ্মাণৰ তিনিমাহতে বখলা-বখলে এৰাইছে পকী পথ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বৰ্তমানৰ লোকনিৰ্মাণ বিভাগ আৰু পূৰ্বৰ গড়কাপ্তানি পথ সংমণ্ডলৰ অন্তৰ্গত মৈদমীয়া চুতীয়াকাড়ীত এটি পকী পথ নিৰ্মাণৰ পিছতে বখলা বখলে এৰাই যোৱা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰায় ৩…

ৰঙাপৰাৰ নেকলাই নৈৰ পাৰত বিঘাই বিঘাই চৰকাৰী ভূমিত অবৈধ খনন

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯আগষ্ট: চৰকাৰী ভূমিত অবৈধ ভাবে খনন চলাই একাংশ দুস্কৃতিকাৰীয়ে ৰঙাপৰাত চলাই অহা দৌৰাত্ম্য কোনো নতুন কথা নহয়৷চৰকাৰ সলনি হ’লেও তথা ৰঙাপৰা সমষ্টিত বিধায়ক সলনি হ’লেও সেই একে লোকেই বৰ্তমানেও যধে মধে চৰকাৰী,পথাৰ তথা…

তেজপুৰ বিশ্ববিদ্যালয়ত ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ ২০২২

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু হকী কিংবদন্তী মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ২০২২ আয়োজন কৰে । অনুষ্ঠানটোৰ উদ্বোধনী ২০২২ চনৰ আজি পুৱা ৬:৩০ বজাত তেজপুৰ…

শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিত বন্ধ হ’ল ২৩ খনকৈ মাধ্যমিক শিক্ষানুষ্ঠানঃ লখিমপুৰত বন্ধ হ’ল ১১খন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ ৰাজ্যত নতুনকৈ প্ৰাদেশীকীকৰণ হোৱা ১৯৭খন শিক্ষানুষ্ঠান বন্ধ কৰি চৰকাৰে নিকটৱৰ্তী বিদ্যালয়ত সংলগ্ন কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক…

অসমত উগ্ৰপন্থী কাৰ্যকলাপ পূৰ্বতকৈ নিষ্ক্ৰিয়, জেহাদীক লৈ চিন্তিত এছ এছ বি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ আগষ্ট : অসমত বিগত ২০২০ চনৰ পৰা বি টি এ ডি এলেকাত উগ্ৰপন্থী কাৰ্যকলাপ বন্ধ আছে আৰু এক শান্তিৰ বাতাবৰণ ঘূৰি আহিছে । কিন্ত জেহাদী সমস্যা অসমত নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বাবে বিভিন্ন সুৰক্ষা বাহিনীৰ লগত এছ এছ বি…

জানুৱাৰীত উৎপাদন হ’ব ৫০০ মেগাৱাট বিদ্যুৎ শক্তিঃ সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৯ আগষ্টঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ গেৰুকামুখত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ পৰা বান্ধ…

ছোভিয়েট নষ্টালজিয়া পাহৰি সেনা হ’ব আত্মনিৰ্ভৰশীল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : ভাৰতীয় সেনা বাহিনীৰ বহুল পৰিৱৰ্তন হ’বলৈ ওলাইছে৷ ছোভিয়েট যুগৰ অস্ত্ৰৰ সলনি ভাৰতত নিৰ্মিত অস্ত্ৰ সেনাৰ হাতত থাকিব। ২৮ আগষ্টত ভাৰতীয় সেনাই ঘোষণা কৰে যে দেশৰ পদাতিক বাহিনীক যান্ত্ৰিক সঁজুলিৰে সজ্জিত কৰা…