বিশ্বশ্ৰেষ্ঠ তথ্য প্ৰযুক্তিৰ চহৰৰ তালিকাত ভাৰতৰ ৬খন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : এটা ব্যক্তিগত সংস্থাই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দেশ আৰু বিদেশৰ ১১৫খন শ্ৰেষ্ঠ চহৰৰ তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাত ভাৰতৰ ৬খন চহৰে স্থান পাইছে। ভাৰতৰ চহৰসমূহৰ ভিতৰত বাংগালুৰু এক নম্বৰ স্থানত আছে। এই…

১০০ বছৰ পাছত নাগালেণ্ডত দ্বিতীয়টো ৰে’ল ষ্টেচন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : আজিকালি ৰে'ল যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কাৰণ দেশৰ পৰিবহণ ব্যৱস্থাৰ অন্যতম মূল স্তম্ভ হ’ল ৰে’ল সেৱা৷। সেইবাবেই যাত্ৰীসকলে দৈনন্দিন ভ্ৰমণৰ লগতে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ বাবে ভাৰতীয় ৰে’লৱেক বিশ্বাস…

অভিনৱ থিয়েটাৰৰ “কড়োৱা চচ” ১৬ ছেপ্তেম্বৰত শান্তিনিকেতনত মঞ্চস্থ হব

লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ১৬ ছেপ্তেম্বৰ,২০২২ত শান্তিনিকেতনৰ সৃজনীত মঞ্চস্থ হব ৷ বোলপুৰ নৃত্য নিকেতন ড্যান্স গ্ৰুপ এণ্ড স্কুলৰ দ্বাৰা আয়োজন কৰা ৰাষ্ট্ৰীয়…

অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশনক লৈ তেজপুৰত বিশেষ সভা সম্পন্ন 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট : অসমৰ বৃহৎ জাতীয় অনুষ্ঠান 'অসম সাহিত্য সভা’ৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনখনিক কেন্দ্ৰ কৰি আজি তেজপুৰ সাহিত্য সভা ভৱনত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত নাৰায়ণপুৰৰ মণিকাঞ্চন…

পাৰমাণৱিক নিৰস্ত্ৰকৰণ চুক্তিত ৰাছিয়াৰ বাধাঃ পাৰমাণৱিক যুদ্ধৰ শংকা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : আমি শান্তি বিচাৰোঁ, যুদ্ধ নহয়— মানুহে বহুদিনৰ পৰা এই কথা শুনি আহিছে। আমি এই সকলোবোৰ স্কুলৰ পাঠ্যপুথিত পঢ়ি পৰীক্ষাতো লিখোঁ। কিন্তু বিষয়টো যে বহু গভীৰ সেই কথা হয়তো বহুত পিছতহে বুজিব পাৰিব। যেতিয়া আমি…

তেজপুৰ চহৰত গজৰাজৰ সন্ত্ৰাসঃ বহুকেইখন বাহনৰ ক্ষতি

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ আগষ্ট: তেজপুৰ চহৰৰ মাজমজিয়াত যোৱা নিশাৰে পৰা বনৰীয়া হাতীৰ সন্ত্ৰাস চলিছিল । কালি সন্ধিয়া প্ৰায় ৮ মান বজাত তেজপুৰ জাহাজ ঘাট হৈ চিত্ৰলেখা উদ্যানত প্ৰৱেশ কৰে হাতীটোৱে। ইয়াৰ পিছতে জনসংযোগ বিষয়াৰ কাৰ্য্যালয় হৈ অসম…

মংগলৰ ৰহস্যময় গহ্বৰত প্ৰৱেশ নাছাৰ ৰোভাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : মংগল গ্ৰহৰ আটাইতকৈ ৰহস্যজনক গহ্বৰত প্ৰৱেশ কৰিবলৈ ওলাইছে নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰ। ৰেড প্লেনেটৰ এটা প্ৰাচীন নদী উপত্যকাৰ নামকৰণ কৰা হৈছে জেজেৰো গহ্বৰ। এই গাঁতটো ইয়াৰ পশ্চিম মূৰত আছে। নাছাৰ মতে, অহা…

মাত্ৰ ৯ ছেকেণ্ডত নয়ডাৰ টুইন টাৱাৰ মাটিত মিহলি হৈ গল

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ আগষ্টঃ মাত্ৰ ৯ ছেকেণ্ডতে দিল্লী নয়ডাৰ ১০০ মিটাৰ ওখ টুইন টাৱাৰ মাটিত মিহলি হৈ পৰিল। গোটেই আকাশখন ধূলিৰে আবৃত হৈ পৰিছিল। ওচৰৰ ঘৰবোৰ পূৰ্বে ঢাকি থোৱা আছিল। কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছিল। নয়ডাত এই টুইন টাৱাৰ ভাঙি…

আছে হোটেল আৰু হেলিপেড ! হাৰিয়ানাত স্থাপন দেশৰ সৰ্ববৃহৎ ব্যক্তিগত চিকিৎসালয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আগষ্টত হাৰিয়ানাৰ ফৰিদাবাদত এখন ব্যক্তিগত চিকিৎসালয় উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তত্ৰেয় আৰু মুখ্যমন্ত্ৰী মনোহৰলাল খট্টাৰো উপস্থিত থাকে।…

পৰচর্চাঃ সমাজৰ পৰা সামাজিক মাধ্যমলৈ…

বিমল বৰগোহাঁই আমাৰ অসমীয়া অভিধানত "পৰচর্চা" বা পৰনিন্দাৰ বিষয়ে উল্লেখ আছে যে আনৰ দোষ-দুৰ্বলতাবোৰৰ বিষয়ে তেওঁৰ অনুপস্থিত আলোচনা কৰা। এই পৰচর্চাত পুৰুষ-মহিলা উভয়ে লিপ্ত হোৱা দেখা যায়। কিন্তু মোৰ মতে, পৰচর্চা মানেই যে অকল কাৰোবাৰ বিষয়ে বেয়াকৈ…