ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া মহাবিদ্যালয়ত ছাত্ৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ছাত্ৰ…
