গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণ জব্দ। এজন সৰবৰাহকাৰীসহ পুৱা ৰাজধানী এক্মপ্ৰেছত জব্দ দুটা সোণৰ বিস্কুট। বিস্কুট দুটাৰ ওজন ৩২৩ গ্ৰাম। ডিমাপুৰৰ পৰা চেন্নাইলৈ নি আছিল সোণৰ বিস্কুট দুটা। পেন্টৰ পকেটত ভৰাই সৰবৰাহ…

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যানশস্য সঞ্চালক -পৰিসংখ্যা সঞ্চালকসকলৰ উচ্চস্তৰীয় কৰ্মশালা 

থোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে সৰ্বসাধাৰণ উপকৃত হব পৰাকৈ সঠিক আঁচনি আৰু পুজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পাৰি --- ড° প্ৰভাত কুমাৰশতাব্দ প্ৰতিনিধি, যোৰহাট ,২৪ আগষ্ট : ভাৰত চৰকাৰৰ উদ্যানশস্য আয়ুক্ত তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য…

কৰ্মচাৰীক প্ৰহাৰ কৰিলে বিধায়কে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ জনতা ভৱনত উত্তপ্ত পৰিস্থিতি। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহণ বিভাগৰ এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক…

শ্ৰীলংকা এৰিলে চীনৰ বিতৰ্কিত ‘চোৰাংচোৱা জাহাজ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : অৱশেষত চীনৰ ‘চোৰাংচোৱা জাহাজ’ ‘ইউয়ান ৱাং ৫’-এ শ্ৰীলংকা এৰিলে। হামবাণ্টোটা বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, ছদিনৰ পাছত ২২ আগষ্টত জাহাজখনে লংগৰ তুলি লয়। সূত্ৰ অনুসৰি এই অত্যাধুনিক জাহাজখনৰ পৰৱৰ্তী গন্তব্যস্থান…

কোটিপতি হ’ল ডেলিভাৰী বয়ঃ এতিয়া চলায় ২ কোটি টকাৰ গাড়ী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : কাৰ ভাগ্যত কি আছে কোনেও ক'ব নোৱাৰে। আজি যি নিঃস্ব, তেওঁ কাইলৈ ​​ধনী হ’ব পাৰে। কেৱল সেয়াই নহয়, কিছুমান মানুহৰ ক্ষেত্ৰত ভাগ্যৰ এই অলৌকিকতা এনেদৰে অনুভৱ কৰায় যে সকলোকে স্তম্ভিত কৰি তোলে। এই ক্ষেত্ৰত আজিৰ…

ক’ৰনা আৰু মাংকীপক্সৰ পিছত টমেটো ফ্লুৰ ভাবুকি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : ক'ৰনা ভাইৰাছ আৰু মাংকীপক্সৰ মাজত এক নতুন ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে টমেটো ফ্লু। ‘দ্য লেন্সেট ৰেস্পিৰেটৰী জাৰ্নেল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতত এই পৰ্যন্ত প্ৰায় ৮২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।…

লখিমপুৰত একেদিনাই তিনিখন গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৪ আগষ্ট : উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ২০২২-২৩ বৰ্ষৰ ষষ্ঠ আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা 'নৱাগত আদৰণী' সভাখনত তিনিখনকৈ মূল্যবান গ্রন্থ উন্মোচন কৰা…

মিজোৰামত দেশৰ ভিতৰতে এইডছ আক্ৰান্ত সৰ্বাধিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : মিজোৰামত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ১০ গুণ বেছি এইডছ ৰোগী আছে। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই। দেশৰ ভিতৰতে সৰ্বাধিক এইডছ ৰোগীৰ সংখ্যা মিজোৰামত আছে। ১০.৯১ লাখ লোকৰ ভিতৰত (২০১১ চনৰ…

ডায়েবেটিছ, মেদবহুলতাৰ বাবে চিন্তিতঃ আইআইটি গুৱাহাটীৰ অধ্যয়নত ওলাল চেনিৰ বিকল্প

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : চৰ্বি বা ডায়েবেটিছ হোৱাৰ ভয়ত চেনিৰ পৰা আঁতৰত থাকে নেকি? যদি হয়, তেতিয়া আই আই টি গুৱাহাটীৰ এটা নতুন অধ্যয়নে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ। প্ৰতিষ্ঠানটোৰ অধ্যাপক বি এছ নাহোলকাৰ, অধ্যাপক বালচিউ…

নাছাৰ আৰ্টেমিছ চন্দ্ৰ অভিযান : ২৯ আগষ্টত উৎক্ষেপণৰ সেউজ সংকেত লাভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : প্ৰায় ৫০ বছৰৰ পিছত মহাকাশচাৰীক পুনৰ চন্দ্ৰত অৱতৰণ কৰাৰ লক্ষ্যৰে গঢ়ি তোলা আৰ্টেমিছ অভিযান ২৯ আগষ্টত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে উৎক্ষেপণ কৰাৰ বাবে নাছাৰ পৰা সেউজ সংকেত লাভ কৰিছে। আমেৰিকাৰ মহাকাশ…