অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যানশস্য সঞ্চালক -পৰিসংখ্যা সঞ্চালকসকলৰ উচ্চস্তৰীয় কৰ্মশালা
থোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে সৰ্বসাধাৰণ উপকৃত হব পৰাকৈ সঠিক আঁচনি আৰু পুজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পাৰি --- ড° প্ৰভাত কুমাৰশতাব্দ প্ৰতিনিধি, যোৰহাট ,২৪ আগষ্ট : ভাৰত চৰকাৰৰ উদ্যানশস্য আয়ুক্ত তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য…
