নলিনীবালা হাজৰিকাৰ দুটি কবিতা
স্বাধীনতাস্বাধীনতা আমাৰ সপোন
স্বাধীনতা শুদ্ধ মনৰ সমাধি দাপোণ ৷হৃদয়ৰ ৰুদ্ধ কপাট খুলি
ভাহি অহা কৰুণ বিননিৰ অৱসান
সীমাহীন নীল আকাশত
মুক্ত পক্ষীৰ উন্মুক্ত কলৰৱ
যেন আনন্দৰ জয়গানসেয়ে স্বাগতম
হে’ পূৰ্ণ স্বাধীনতা
তোমাৰ উদাৰ গভীৰ…
