লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন সংগ্ৰহ: দুই কৰ্মচাৰী নিলম্বিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২২আগষ্টঃ বির্তকই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক। কেতিয়াবা ধন দাবী, কেতিয়া শিশু সলনি, কেতিয়াবা চিকিৎসক-নাৰ্চৰ দুব্যৱহাৰ আকৌ কেতিয়াবা দালালৰাজ! এনেবোৰ কাণ্ডই চিকিৎসা মহাবিদ্যালয়খনৰ বাতৰিৰ শিৰোনাম…

পাঁচবিধ শাক-পাচলি খাওক আৰু সুস্থ হৈ থাকক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : ৩০ বছৰ বয়সৰ সীমাত উপনীত হওক বা নহওক, ইটোৰ পিছত সিটো ৰোগ আহি শৰীৰত শিপায়। আনহাতে সৰুৰে পৰা বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা, চাপ, উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি ফেটি লিভাৰৰ…

নিৰ্জন দ্বীপত আবদ্ধ এজন ব্যক্তিৰ কাহিনী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : সুস্থ আৰু স্বাভাৱিক জীৱন যাপনৰ বাবে প্ৰতিজন মানুহক পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু পানীৰ প্ৰয়োজন। যিয়ে আমাৰ শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পুষ্টিৰ অভাৱ পূৰণ কৰে। এনে অৱস্থাত এজন ব্যক্তি এদিন বা দুদিন নোখোৱাকৈ…

ভাৰতীয় বিজ্ঞানীৰ আচৰিত উদ্ভাৱনঃ সাগৰৰ পানীৰ পৰা ইউৰেনিয়াম নিষ্কাষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : আমি সৰুৰে পৰা শিকি আহিছোঁ যে পৃথিৱীৰ তিনি অংশ পানী আৰু এভাগ মাটি। এনে ক্ষেত্ৰত পৃথিৱীত সাগৰৰ পানীৰ অভাৱ নাই। আনকি সাগৰৰ তলতো কাৰ্যতঃ এখন বেলেগ পৃথিৱী আছে। ইয়াৰে কিছুমান এতিয়াও অনান্বেষিত হৈ আছে। বিভিন্ন…

মই, মনন আৰু চিন্তন

বিমল বৰা যোৱা ১০ জুলাইত (২০২২) দেউতাৰ শ্ৰাদ্ধ পাতিবলৈ গুৱাহাটী গৈছিলো৷ ঠিক সেই সময়ৰ পৰাই  বিভিন্ন কাৰণত মোৰ অলপ অলপ  মনৰ পৰিৱৰ্তন ঘটে যেন অনুভৱ হৈছিল৷ দেউতাৰ শ্ৰাদ্ধৰ পিছত মোৰ মনৰ মানসিকতা বহুত সলনি হ’ল ৷ ১১ জুলাইত দেউতাৰ শ্ৰাদ্ধ আৰু ১২…

আমেৰিকাৰ পৰা ৩০০ কোটি ডলাৰৰ ড্ৰ’ন ক্ৰয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা মহম্মদ ওমৰৰ পৰা আৰম্ভ কৰি ছিৰিয়াৰ আল কায়দাৰ মুৰব্বী ছালিম আবু আহমেদলৈকে আমেৰিকাৰ প্ৰিডেটৰ ড্ৰ’নৰ দুটা দশকৰ ‘চিকাৰ’ৰ ভিতৰত অন্যতম। সেই ড্ৰ'ন এইবাৰ ভাৰতলৈ আহিব। লাডাখত প্ৰকৃত…

প্ৰসংগ সীমা বিবাদ : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী,২১ আগষ্টঃ অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা ছয়টা বিবদমান এলেকাৰ…

তেজপুৰত এ ডিভিজন ফুটবল লীগৰ খিতাপ অৰ্জন অসম ৰাইফলচৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২১আগষ্ট: তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৰুণ চন্দ্ৰ শৰ্মা আৰু গোলাপ লতা দেৱী সোঁৱৰণী এ ডিভিজন ফুটবল লীগত সৰ্বোচ্চ পইন্টৰে লীগৰ খিতাপ দখল কৰিছে অসম ৰাইফলছে৷ আজি বিয়লি তিনিবজাত আৰম্ভ…

শোক বাৰ্তা

ঢকুৱাখনা, ২১ আগষ্টঃ আজি দিনৰ ১.১৫ বজাত ঢকুৱাখনাৰ জ্যেষ্ঠ  নাগৰিক, বিশিষ্ট সমাজকৰ্মী ,প্ৰবীণ ৰাজনীতিবিদ,অসম বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ পিতৃ পৰমানন্দ দলেৰ গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ অন্তিম সৎকাৰ…

 জামুগুৰিহাটৰ পাতলৰচুকত ২৬৭ বছৰীয়া গৌৰৱোজ্জ্বল বোকাখচা ভাওনা

জামুগুৰিহাট, ২১ আগষ্টঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে শুকুৰবাৰে নিশাৰ ভাগলৈকে হাজাৰ হাজাৰ বন্তিৰ পোহৰৰে আলোকিত হৈ থাকিল জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ নামঘৰ চৌহদ । দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজে শৰাই শলিতা…