তৃতীয়-চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদত অৱতীৰ্ণ হ’ব ১৪ লাখৰো অধিক প্ৰাৰ্থী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পালন কৰিবলৈ সক্ষম নহ'ল যদিও প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশ…
