তিনিচুকীয়াৰ যুৱক সন্ধানহীন : ডিব্ৰু নদীত এছ ডি আৰ এফ, আৰক্ষীৰ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট : তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰৰ বাসিন্দা প্ৰদীপ বৰ্মনৰ পুত্ৰ দৰ্পণ বৰ্মন (২৩) কালিৰ পৰা সন্ধানহীন হৈ থকাৰ সময়তে তেওঁৰ চাইকেলখন তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ডিব্ৰু নদীৰ গুইজান ঘাটৰ সমীপত উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ…
