আন্দোলনৰ নামত চাকৰি প্ৰাৰ্থী সকলক পণবন্দী নকৰিব : মন্ত্ৰী হাজৰিকা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ অনাগত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত…
