ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰে তিনিজন নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: আজি দিনৰ প্ৰায় এক বজাত তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন লোক নিহত হৈছে৷ ৰক্ষা বন্ধন উপলক্ষে তেজপুৰৰ পক্ষীয়াঝাৰৰ পৰা ঢেকিয়াজুলিলৈ যোৱা এটা পৰিয়ালৰে তিনিজন আৰু এটি শিশুসহ পৰিয়ালটোৰ আন…
