বাৰ্মিংহাম সময়ৰ মূল্য বুজি পালে হিমা দাসে
সময়ৰ মূল্যটো বুজি পাইছো। চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো। খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি। আমাক যিসকলে সমালোচনা কৰে তেওঁলোকে আমাৰ কিমান কষ্ট হয় দেখিলেহে গম পাব। কেতিয়াবা আমাৰ মুখৰে নাকেৰে তেজ ওলাই যায়।শতাব্দ প্ৰতিনিধি,…
