তেজপুৰ বিশ্ববিদ্যায়লৈ নাকৰ এ+গ্ৰেড
শতাব্দ প্ৰতিনিধি তেজপুৰ,১০আগষ্ট: দেশৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে(নাক)এ+ গ্ৰেড প্ৰদান কৰিছে। ইয়াৰ ফলত বিশ্ববিদ্যালয়খনে দেশৰ শীৰ্ষ সাত শতাংশ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত স্থান…
