মালদ্বীপত অনুষ্ঠিত এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত জিলিকিল তেজপুৰৰ দুটি সন্তানৰ মাতৃ ছায়া বৰুৱা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুলাই : তেজপুৰৰ দুটি সন্তানৰ এগৰাকী মাতৃ ছায়া বৰুৱাই সাংসাৰিক ব্যস্ততা, নিজৰ ব্যৱসায় প্ৰতিষ্ঠাৰ কৰ্ম ব্যস্ততাৰ মাজতো কঠোৰ সাধনা আৰু একাগ্ৰতাৰে শৰীৰ চৰ্চাত জড়িত হৈ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন…

ভাওনা শিল্পী যোগেশ দাসৰ বিয়োগত তেজপুৰত শোক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৪জুলাই: তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী তথা সমাজকৰ্মী, পতীয়াচুবুৰী নিবাসী যোগেশ দাস(৮৬)ৰ আজি পুৱতি নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৩৬ত জন্ম গ্ৰহণ কৰা দাসে শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত চৰকাৰী চাকৰিত…

শোণিতপুৰত পুণৰীক্ষণ দল: বানত সৰ্বাধিক ক্ষতি ঢেকিয়াজুলিত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪ জুলাই: উপৰ্যুপৰি দুটাকৈ বানে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰতো বিস্তৰ ক্ষতি সাধন কৰিছিল। এই প্ৰলয়ংকৰী বানত জিলাখনৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ ঢেকিয়াজুলি ৰাজহচক্ৰ অন্তৰ্গত এলেকা।চৰকাৰী তথ্যত এই…

চিবিএছইৰ বাণিজ্য আৰু বিজ্ঞান শাখাত তেজপুৰৰ দুই মেধাবী পূৰৱ আৰু পদ্মাক্ষীৰ ৯৯শতাংশৰো অধিক নম্বৰ লাভ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৪জুলাই: সদ্য ঘোষিত হোৱা চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰস্থিত আৰ্মি পাব্লিক স্কুলৰ ফলাফল অতি আশাব্যঞ্জক হিচাপে পৰিগণিত হৈছে।তেজপুৰৰ শ’লমৰা স্থিত বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে ৯৯শতাংশৰ অধিক…

আকাশমাৰ্গত হঠাৎ অসুস্থ যাত্ৰী : তেলেংগানাৰ ৰাজ্যপালৰ চিকিৎসাত জীৱন ৰক্ষা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : মিড এয়াৰ ফ্লাইটত অসুস্থ যাত্ৰী আৰু এজন ৰাজ্যপালে নিজেই তেওঁক বচাবলৈ লৰালৰি কৰিলে। প্ৰয়োজনীয় চিকিৎসা আৰু ঔষধ দিলে। যোৱা ২২ জুলাই শুকুৰবাৰে দিল্লীৰ পৰা হায়দৰাবাদলৈ যোৱা এখন বিমানত সংঘটিত হয় এই ঘটনা। এই…

পুটিনৰ সিদ্ধান্ত: ইউক্ৰেইনত নিষিদ্ধ হ’ব গুগল!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এনে অৱস্থাত পুটিন চৰকাৰৰ সিদ্ধান্তৰ বাবে আকৌ এবাৰ উত্তেজনা বৃদ্ধি হ’বলৈ গৈ আছে। ইউক্ৰেইনৰ বিতৰ্কিত ডনেস্ক আৰু লুহানস্ক অঞ্চলত নিষিদ্ধ হ’বলৈ গৈ আছে গুগল।…

মানৱীয় অত্যাচাৰৰ পৰিণতি : হিমালয়ত ধ্বংসৰ দুন্দুভি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : হিমালয়ত জলবায়ু পৰিৱৰ্তন আৰু অপৰিকল্পিত মানৱ হস্তক্ষেপে পাহাৰীয়া দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে, যাৰ ফলত বহুগুণে সম্পত্তি আৰু মানৱ জীৱনৰ ক্ষতি হৈছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামৰ অমৰনাথ মন্দিৰৰ সমীপৰ…

কেৰলাত আচৰিত কাণ্ড!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : কেৰলাৰ মাছমৰীয়াৰ এটা দলে ভিজিনজামৰ পৰা তিমিৰ বমি উদ্ধাৰ কৰে। যি বমিৰ মূল্য জানিলে আপুনি হ'ব আচৰিত। জানিব পৰা মতে এই দলটোৱে স্থানীয় প্ৰশাসনক ২৮ কোটি টকাৰ বমি গতাই দিয়ে। এই ঘটনা ইতিমধ্যে ছ’চিয়েল…

মহাকাশত তিনিটা ‘সূৰ্য’ৰ সংমিশ্ৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : জ্যোতিৰ্বিজ্ঞানীসকল গভীৰ মহাকাশত তিনিটা তৰাক এটা ব্যৱস্থাৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হৈছে। এটা সময়ত চাৰিটা তৰা এটা ব্যৱস্থাত আহিছিল। এতিয়া এই তিনিওটা ‘সূৰ্য’ৰ সমাবেশে মহাকাশত জীৱৰ অস্তিত্বৰ সূত্ৰ প্ৰদান…

হায়দৰাবাদত মানৱতাৰ অনন্য উদাহৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : মানৱতাৰ এক অনন্য উদাহৰণ সৃষ্টি কৰিলে হায়দৰাবাদৰ এটা মছজিদৰ কৰ্তৃপক্ষই। হিম’-ডায়েলাইছিছ চেণ্টাৰ স্থাপনৰ বাবে মছজিদ চৌহদত আবণ্টিত হৈছে মাটি। মছজিদৰ চৌহদত এইবাৰ হিম’ডায়েলাইছিছ চেণ্টাৰ নিৰ্মাণ কৰা…