এগুণত দুগুণ লাভৰ প্ৰলোভন

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫জুলাইঃ কম মূল্যতে সোণ বিক্ৰীৰ প্ৰলোভনৰে ৰাজ্যৰ তথা বহিৰাজ্যৰ বহুলোককে প্ৰৱঞ্চনা কৰাৰ দৰেই শেহতীয়াকৈ জমা দিয়া ধন এমাহতে দুগুণ কৰি দিয়াৰ প্ৰলোভনৰে নগালেণ্ডৰ দুই যুৱক যুৱতীক ফাণ্ডত পেলাই নলাখ টকা হজম কৰা দুই…

তেজপুৰত প্ৰথমবাৰৰ বাবে “আঁত ধৰা (এংকৰিং)” কৰ্মশালাৰ শুভাৰম্ভ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৫ জুলাইঃ  তেজপুৰৰ লগতে জিলাখনৰ আৰু ৰাজ্যখনৰ বহু গুৰুত্বপূৰ্ণ সভা - সমিতি, বিভিন্ন শৈক্ষিক-বৌদ্ধিক আৰু বিদ্যায়তনিক তথা সাংস্কৃতিক অনুষ্ঠান, বক্তৃতানুষ্ঠান, বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাৰ উপৰি কুইজ…

শোণিতপুৰত ক’ভিড বুষ্টাৰ টীকা প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫জুলাইঃ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা ৭৫ দিনৰ ভিতৰত ১৮-৫৯বছৰ বয়সৰ লোকক কভিড-১৯ৰ তৃতীয়টো অৰ্থাৎ বুষ্টাৰ টিকা প্ৰদানৰ সূচী  আজি শোণিতপুৰতো শুভাৰম্ভ কৰিছে।  আজি পুৱা তেজপুৰ…

দেশৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানৰ তালিকা প্ৰকাশ 

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাইঃ ভাৰতৰ শীৰ্ষ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ৰেংকিঙৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এনআইআৰএফ) আজি ১৫ জুলাইত মুকলি কৰা হৈছে। এন আই আৰ এফ ইণ্ডিয়া ৰেংকিং ২০২২ দহটা শিতানৰ বাবে…

২১ জুলাইত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ মৌখিক পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। ২১ জুলাইত অনুষ্ঠিত হ’ব এই পৰীক্ষা। গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা। মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে…

৩৬০০ কি:মি: অতিক্ৰমি ইৰাণত ৰাছিয়াৰ ৰে’লঃ লক্ষ্য ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : অৱশেষত প্ৰথমবাৰৰ বাবে বহু প্ৰত্যাশিত আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (INSTC) ব্যৱহাৰ কৰি মিত্ৰ দেশ ভাৰতৰ বাবে সামগ্ৰী কঢ়িওৱা এখন ৰাছিয়াৰ ৰে’ল ইৰাণত উপস্থিত হয়। জানিব পৰা মতে, সেই সময়ত ৰে’লখনে…

আজিৰে পৰা ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ অমৃত মহোৎসৱ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৫ জুলাইঃ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ’ল ক'ভিড-১৯ ভেকছিনৰ অমৃত মহোৎসৱ। ‘ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত’ শ্ল’গানেৰে আৰম্ভ কৰা এই অভিযানৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজাৰাৰ খণ্ড প্ৰাথমিক…

বজাৰলৈ ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : পুনেৰ ছিৰাম ইনষ্টিটিউটে কৰ’না ভেকচিন প্ৰস্তুত কৰি সমগ্ৰ বিশ্বত কভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। এইবাৰ সেই আদৰ পুনাৱালাৰ কোম্পানী ছেৰামে বজাৰলৈ আনিছে মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ…

মহাকাশত হৃদস্পন্দন! আছে নেকি কোনোবা দূৰ-সুদূৰত?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : পৃথিৱীৰ বাহিৰত ক’ৰবাত জীৱন আছে নে নাই, বা জীৱনৰ কোনো ইংগিত আছে নে নাই, এই লৈ বিজ্ঞানীসকল অতি কৌতুহলী। কৰি আহিছে বহু গৱেষণা। সেয়ে এই গ্ৰহৰ বাহিৰত এনে কোনো সংকেত পালে তেওঁলোক উত্তেজিত হৈ পৰে। এনে উত্তেজনা…

সংকট কালত নতুন বাণিজ্যিক মিত্ৰতাঃ নাম I2U2

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : সমগ্ৰ বিশ্বত বিত্তীয় অনিশ্চয়তাৰ মাজতে I2U2ৰ নতুন মিত্ৰতা ব্যৱহাৰিক সহযোগিতাৰ এক নতুন আৰ্হিত পৰিণত হ’ব পাৰে বুলি ভাৰতৰ বিশ্বাস। ভাৰত, আমেৰিকা, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইজৰাইলৰ মাজত বৃহস্পতিবাৰে ভিডিঅ’…