যদি ল’ৰা-ছোৱালী পুৱা ৭ বজাত স্কুললৈ যাব পাৰে…’, উচ্চতম ন্যায়ালয় সন্দৰ্ভত…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : সাধাৰণতে পুৱা ১০:৩০ বজাৰ পৰা উচ্চতম ন্যায়ালয়ৰ কাম আৰম্ভ হয়। কিন্তু সেই পৰম্পৰা ভংগ কৰি ১৫ জুলাই শুকুৰবাৰে পুৱা ৯:৩০ বজাত ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ সুধাংশু…

চন্দ্ৰ আৰু মঙললৈ চলিব বুলেট ট্ৰেইন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : এইবাৰ জাপানে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ চেষ্টা কৰিছে। জানিব পৰা মতে এইখন দেশে পৃথিৱীৰ পৰা বুলেট ট্ৰেইন চলাই চন্দ্ৰলৈ মানুহ পঠোৱাৰ পৰিকল্পনা কৰিছে। কেৱল সেয়াই নহয়, যদিহে চন্দ্ৰলৈ পঠোৱা এই…

দেশত বিশ্বৰ আটাইতকৈ বিৰল ৰক্তগোটৰ নমুনা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : মানৱ শৰীৰত A, B, AB, Oকে ধৰি মুঠ ৪২টা ভিন্ন প্ৰকাৰৰ তেজৰ গ্ৰুপ আছে যদিও সাধাৰণতে উল্লিখিত চাৰিটা তেজৰ গোটৰ কথাহে বিবেচনা কৰা হয়। বাকীবোৰ বিৰল বুলি তালিকাভুক্ত কৰা হৈছে। কাৰণ অভিযোজনৰ ফলত তেজত ৩৭৫টা…

গাৰ্ডেনৰিচত নিৰ্মিত নৌসেনাৰ ‘মেঘনাদ’ মুকলি হ’ল হুগলীৰ জলসীমাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কলকাতাই ভাৰতীয় নৌসেনাক ‘মেঘনাদ’ দান কৰিলে। মধুকাবীৰৰ 'গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ'ৰ নিৰ্মিতি এই 'মেঘনাদ'। বাঙালী কবি মাইকেল মধুসুদন দত্তই ৰাৱণপুত্ৰ তথা সেনাপতি ইন্দ্ৰজিতৰ বিষয়ে ‘মেঘনাদ বধ’ কবিতাত লিখিছিল।…

বিল গেটছক পিছ পেলাই বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি গৌতম আদানী! পিছুৱালে আম্বানী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : আকৌ বিশ্বৰ ধনী লোকৰ তালিকাত এক বৃহৎ পৰিৱৰ্তন হৈছে। আৰু সেই পৰিৱৰ্তন কৰিছে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীয়ে। ফৰ্বছ বিলিয়নাৰছ ইনডেক্সৰ মতে, বৰ্তমান মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছক পিছ পেলাই গৌতম…

ডিজিটেল মিডিয়াৰ ওপৰত কেন্দ্ৰৰ চকুঃ অচিৰেই আনিব আইন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : কেন্দ্ৰীয় চৰকাৰে এইবাৰ ডিজিটেল মিডিয়া নিয়ন্ত্ৰণ কৰিব বিচাৰিছে। সূত্ৰ অনুসৰি, আগন্তুক সংসদৰ অধিবেশনত আইন সংশোধন কৰি বিধেয়কখন দাখিল কৰা হ’ব। এই আইন উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণৰ বাবে ব্যৱস্থা ৰখা হৈছে।…

ভাৰতে ৰাছিয়াৰ পৰা S-400 ক্ৰয়ত নিষেধাজ্ঞা নাই সিদ্ধান্ত আমেৰিকাৰ কংগ্ৰেছত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : ৰাছিয়াৰ পৰা এছ-৪০০ ট্ৰাইমফ এণ্টি মিছাইল চিষ্টেম ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰয়াস কৰিছিল আমেৰিকাৰ প্ৰাক্তন ড’নাল্ড ট্ৰাম্প প্ৰশাসনে। ৰাষ্ট্ৰপতি জো বাইডেনৰ দিনত এই পদক্ষেপ কাৰ্যতঃ…

চিনেমা চাবলৈ বহিলে পপকৰ্ণ খায় নেকি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : চিনেমা চাবলৈ শ্বপিং মললৈ গ’লে পপকৰ্ণ খাবই লাগিব বুলি ভাবে নেকি?এই পপকৰ্ণে উপকাৰৰ সলনি আমাৰ ক্ষতি কৰে বুলি জানেনে? পপকৰ্ণ অতি উপযোগী যদিও মাল্টিপ্লেক্সত পোৱা সোৱাদযুক্ত, টেঙা, চীজযুক্ত, মাখন মিহলি পপকৰ্ণ…

আলফাৰে সম্পৰ্ক তিনিচুকীয়া আৰক্ষীয়ে বাংগালুৰুৰ পৰা আটক কৰিলে শদিয়াৰ যুৱকক

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৫ জুলাইঃ  তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ-পথাৰ মাজগাঁৱত বিগত ১ জুলাইত সেনা, আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত নিহত দুধৰ্ষ আলফা(স্বা) কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ অভিযোগত তিনিচুকীয়া…