চৰকাৰী কাৰ্যালয় চৌহদক শ্যামলী চৌহদ ৰূপে গঢ়াৰ প্ৰয়াস ৰাজ্য চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ জলবায়ু পৰিবৰ্তনৰ সংকট প্ৰতিৰোধত সহায়ক হোৱাকৈ ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ সামূহিক প্ৰয়াসক উদগণি জনাই অসম চৰকাৰে হাতত লোৱা 'মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প'ৰ আজি দিছপুৰৰ জনতা ভৱন চৌহদত…
